18/04/2026
✍️এজন আদৰ্শ ৰাজনীতিবিদে জনসাধাৰণৰ আশা-আকাংক্ষা আৰু বাস্তৱ কাৰ্যৰ মাজৰ দূৰত্ব কমাই আনে। তেওঁ অটল সততা, নৈতিক সাহস আৰু সমাজসেৱাৰ প্ৰতি আন্তৰিক, সহানুভূতিশীল আৰু নিষ্ঠাৰে পৰিচালিত হয়। তেনে এগৰাকী প্ৰকৃত জননেতাৰ প্ৰথম আৰু একমাত্ৰ কৰ্তব্য হ’ল — জনবিশ্বাস অৰ্জন কৰা, ঐক্য গঢ়ি তোলা, স্পষ্ট তথা কাৰ্যকৰী দূৰদৃষ্টি থকা যিয়ে মানুহৰ জীৱন সলনি কৰে আৰু সমাজক শক্তিশালী কৰে।
✍️এগৰাকী ৰাজনৈতিক নেতাৰ প্ৰকৃত জোখ তেওঁৰ ক্ষমতা নহয়, বৰং আনৰ সেৱাৰ প্ৰতি থকা অটল সততা আৰু নিষ্ঠাহে মূল শক্তি।
✍️এজন আদৰ্শ ৰাজনীতিবিদে ক্ষমতাক সুবিধা হিচাপে নহয়, জীৱন সলনি কৰা আৰু সমাজ শক্তিশালী কৰাৰ দায়িত্ব হিচাপে গণ্য কৰে।
- মহান ৰাজনীতিবিদসকলক চিনাক্ত কৰা যায় তেওঁলোকৰ অটল নৈতিক নীতি, অসাধাৰণ সাহস আৰু নিজৰ আদৰ্শৰ প্ৰতি থকা গভীৰ আৱেগেৰে।
- প্ৰকৃত নেতাই আন্তৰিকতা, ইতিবাচক মনোভাৱ আৰু সাধাৰণ জনতাৰ কথা শুনি তেওঁলোকৰ লগত সংযোগ স্থাপনৰ আন্তৰিক নিষ্ঠাৰে বিশ্বাস অৰ্জন কৰে।
- নেতৃত্ব হ’ল দূৰদৃষ্টিক বাস্তৱত ৰূপান্তৰ কৰাৰ ক্ষমতা, সমস্যাত নহয় সমাধানত গুৰুত্ব দিয়া।
- এজন প্ৰকৃত জনসেৱকে সহানুভূতিৰে নেতৃত্ব দিয়ে, ব্যক্তিগত লাভতকৈ নিজৰ সমষ্টিৰ কল্যাণক অগ্ৰাধিকাৰ দিয়ে।"
- এজন আদৰ্শ নেতাই আশা জগাই, ঐক্য গঢ়ি আৰু দীৰ্ঘস্থায়ী ইতিবাচক পৰিৱৰ্তন সাধন কৰি ভৱিষ্যৎ গঢ় দিয়ে।"
✍️তেনে এগৰাকী আদৰ্শ জননেতা হৈছে সৰুপথাৰৰ শ্ৰী যুত অমৃত বুঢ়াগোহাঁই ডাঙৰীয়া। যিগৰাকীয়ে কৰা প্ৰতিটো কামেই প্ৰতিফলিত হয় -
✅- জবাবদিহিতা: যি নিজৰ সিদ্ধান্ত আৰু কামৰ দায়িত্ব লয়।
✅- সহানুভূতি: যিগৰাকীয়ে সমাজৰ প্ৰয়োজন বুজি সেই অনুসৰি কাম কৰে।
✅-সততা: যি নিজৰ কথা আৰু প্ৰতিশ্ৰুতিৰ প্ৰতি সঁচা হৈ থাকে।
✅- দূৰদৃষ্টি: যি নিজৰ কামৰ দীৰ্ঘম্যাদী সমাধান আৰু সমাজৰ উন্নতিত গুৰুত্ব দিয়ে।
🙏 এইগৰাকী জননেতা হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ "সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ ৰাজ্যিক উপাধ্যক্ষ তথা "অমৃত ইন্টাৰনেছনেল স্কুল"ৰ প্ৰতিষ্ঠাপক শ্ৰদ্ধাৰ অমৃত বুঢ়াগোহাঁই ডাঙৰীয়া।
✍️আজি বিয়লি শিঙীমাৰি, বৰপথাৰস্থিত তেখেতৰ বাসগৃহত গোলাঘাট জিলা কিষাণ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ প্ৰদীপ চেতিয়া ডাঙৰীয়াৰ সহিতে উপস্থিত হৈ মাননীয় অমৃত বুঢ়াগোহাঁই ডাঙৰীয়াৰ সহিতে তেখেতৰ পৰিয়ালৰ সমূহ সদস্যকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেখেতৰ উদ্যোগত তথা "অমৃত ফাউণ্ডেচন ট্ৰাষ্ট" ৰ সৌজন্যত সৰুপথাৰ সমষ্টিবাসী ৰাইজৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰাই নতুনকৈ আগবঢ়োৱা দুখন এম্বুলেন্স সেৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰোঁ।
💖 ৰুস্তম বৰা,
সাধাৰণ সম্পাদক, গৱেষণা বিভাগ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটি।
Gaurav Gogoi
Debabrata Saikia
Amrit Buragohain
Bitupon Saikia
Roselina Tirkey
ParanSaikia
Bibek Bora
Prodip Chetia
Rustom Bora
Madan Borah
Indian National Congress
Indian National Congress - Assam
Indian National Congress Golaghat
Indian National Congress - Dergaon