BJP Golaghat District

BJP Golaghat District This is an Official page of BJP, Golaghat District.

ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ মিডিয়া কোষৰ আহ্বায়ক শ্ৰীযুত দেৱাঙ্গ শৰ্মা (দিকি) ডাঙৰীয়ালৈ ওপজা দিনৰ অলেক্ষ শুভ কাম...
04/09/2026

ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ মিডিয়া কোষৰ আহ্বায়ক শ্ৰীযুত দেৱাঙ্গ শৰ্মা (দিকি) ডাঙৰীয়ালৈ ওপজা দিনৰ অলেক্ষ শুভ কামনা জ্ঞাপন কৰিছো।।

ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত বেদব্ৰত বৰা ডাঙৰীয়ালৈ জন্ম দিনৰ অলেক্ষ শুভেচ্ছা জ্ঞা...
04/09/2026

ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত বেদব্ৰত বৰা ডাঙৰীয়ালৈ জন্ম দিনৰ অলেক্ষ শুভেচ্ছা জ্ঞাপন কৰিছো।।

আজি গোলাঘাট জিলাৰ দেৰগাঁও সমষ্টিৰ ঐতিহাসিক আৰু পৱিত্ৰ নেঘেৰিটিং শিৱ দ’ল দৰ্শন কৰি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শ...
03/09/2026

আজি গোলাঘাট জিলাৰ দেৰগাঁও সমষ্টিৰ ঐতিহাসিক আৰু পৱিত্ৰ নেঘেৰিটিং শিৱ দ’ল দৰ্শন কৰি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমবাসীৰ সুখ-শান্তি,সমৃদ্ধি আৰু মংগল কামনা কৰি ভগৱান শিৱৰ ওচৰত সেৱা আগবঢ়ায়। 🙏🔱
দৰ্শনৰ অন্তত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাননীয়া মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়া আৰু মন্দিৰ পৰিচালনা সমিতিৰ সৈতে দেৱালয় চৌহদৰ সৰ্বাংগীণ উন্নয়ন, সংযোগকাৰী পথ নিৰ্মাণ, ভক্ত আৰু পৰ্যটকৰ বাবে প্ৰয়োজনীয় সা-সুবিধা বৃদ্ধি আদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত পৰ্যালোচনা কৰে।
ঐতিহ্য আৰু আধ্যাত্মিকতাৰ অন্যতম পৱিত্ৰ ভূমি নেঘেৰিটিং শিৱ দ’লৰ সংৰক্ষণ,উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত এনে পদক্ষেপে ভক্ত তথা পৰ্যটকসকলক অধিক সুবিধা প্ৰদান কৰাৰ লগতে এই ঐতিহাসিক দেৱালয়খনৰ গৰিমা অধিক বৃদ্ধি কৰিব।
Himanta Biswa Sarma

আজি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ  মুখ্যমন্ত্ৰী সন্মানীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত লাচিত বৰফুকন পুলিচ একাডেমীত অ...
02/09/2026

আজি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী সন্মানীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত লাচিত বৰফুকন পুলিচ একাডেমীত অসম আৰক্ষীৰ ৩২গৰাকী উপ আৰক্ষী অধীক্ষক আৰু যোগাযোগ শাখাৰ ৩৭১গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ তথা ‘পাছিং আউট পেৰেড’ অনুষ্ঠিত হয়। এই নৱনিযুক্ত আৰক্ষী বিষয়া আৰু জোৱানসকলক উদ্দেশ্যি তেখেতে শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰাৰ লগতে জনসাধাৰণৰ সুৰক্ষা আৰু সেৱাৰ ক্ষেত্ৰত এক নতুন শক্তি সংযোজন হ'ব বুলি তেখেতে মন্তব্য আগবঢ়ায়।।
Himanta Biswa Sarma

30/08/2026

LIVE

আজি বোকাখাতৰ ভাটি শিঙাদৰীয়াত ধনশিৰি নদীৰ মথাউৰি পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মাননীয় ম...
28/08/2026

আজি বোকাখাতৰ ভাটি শিঙাদৰীয়াত ধনশিৰি নদীৰ মথাউৰি পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়াই।
এই পৰিদৰ্শনৰ সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়া আৰু বোকাখাত সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী অতুল বৰা ডাঙৰীয়াৰ সৈতে মন্ত্ৰী মহোদয়ক সংগ দিয়ে।
ধনশিৰি নদীৰ মথাউৰি সুৰক্ষিত কৰাৰ লগতে বান আৰু খহনীয়াৰ কৱলৰ পৰা স্থানীয় ৰাইজক সুৰক্ষা কৰিবলৈ চৰকাৰে যি ক্ষিপ্ৰ আৰু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া সঁচাকৈয়ে আদৰণীয়।।
Chandra Jyoti Thakur
Atul Bora অতুল বৰা
Sushanta Borgohain
BJP Assam Pradesh

📍মতৰ অমিল,ৰাজনৈতিক মতাদৰ্শ—এইসমূহ গণতন্ত্ৰৰ স্বাভাৱিক আৰু গ্ৰহণযোগ্য বিষয়। কিন্তু এজন সন্মানীয় বিধায়কক সামাজিক মাধ্যম...
27/08/2026

📍মতৰ অমিল,ৰাজনৈতিক মতাদৰ্শ—এইসমূহ গণতন্ত্ৰৰ স্বাভাৱিক আৰু গ্ৰহণযোগ্য বিষয়। কিন্তু এজন সন্মানীয় বিধায়কক সামাজিক মাধ্যমৰ জৰিয়তে হত্যাৰ দৰে ভাবুকি দিয়াটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।
এনে হিংসুক আৰু ভাবুকিপূৰ্ণ মানসিকতাক কেৱল গৰিহণা দিয়াই নহয়, এনে কাৰ্যৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনক কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনালোঁ। গণতন্ত্ৰত মত প্ৰকাশৰ অধিকাৰ আছে, কিন্তু হিংসাৰ আশ্ৰয় লৈ হত্যাৰ ভাবুকি দিয়াৰ অধিকাৰ কাৰো নাই। মতৰ অমিল থাকিব পাৰে, কিন্তু আইন-শৃংখলা আৰু সামাজিক শান্তি বিনষ্ট কৰাৰ অধিকাৰ কাৰো নাই।
Himanta Biswa Sarma
CMO Assam

যোৰহাটৰ বৰ্তমানৰ সাংসদ গৰাকীয়ে অপপ্ৰচাৰেৰে ৰাজনীতিত ব্যস্ত থকাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডা...
18/08/2026

যোৰহাটৰ বৰ্তমানৰ সাংসদ গৰাকীয়ে অপপ্ৰচাৰেৰে ৰাজনীতিত ব্যস্ত থকাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই যোৰহাট লোকসভা সমষ্টিৰ বানাক্ৰান্ত ৰাইজৰ কাষত থাকি দুৰ্যোগৰ এই কঠিন সময়ত সাহায্য প্ৰদান কৰি আছে।

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Pabitra Margherita
Santanu Puzari

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ সম্পাদকৰ দৰে এক গুৰুত্বপূৰ্ণ আৰু গধূৰ দায়িত্ব লাভ কৰা শ্ৰদ্ধাৰ Mriganka Deo Barm...
17/08/2026

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ সম্পাদকৰ দৰে এক গুৰুত্বপূৰ্ণ আৰু গধূৰ দায়িত্ব লাভ কৰা শ্ৰদ্ধাৰ Mriganka Deo Barman ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
তেখেতৰ নেতৃত্বত দলীয় সংগঠন অধিক শক্তিশালী আৰু সুদৃঢ় হোৱাৰ কামনা কৰিলোঁ। আগন্তুক দিনৰ বাবে তেখেতলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নতুন সমিতিতনতুনকৈ দায়িত্ব পোৱা সকলোলৈকে  আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছো।।
17/08/2026

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নতুন সমিতিত
নতুনকৈ দায়িত্ব পোৱা সকলোলৈকে আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছো।।

Address

Golaghat
785621

Alerts

Be the first to know and let us send you an email when BJP Golaghat District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share