Bjp Golaghat District

Bjp Golaghat District This is an Official page of BJP, Golaghat District.

02/06/2026

সংবাদ মেল:
সম দেৱানী সংহিতা, অসম-২০২৬
ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলা

26/05/2026

ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ।

📍 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

ষষ্ঠদশ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা শ্ৰীযুত ৰণজিৎ কুমাৰ দাস ডাঙৰীয়ালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। BJP Assam ...
21/05/2026

ষষ্ঠদশ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা শ্ৰীযুত ৰণজিৎ কুমাৰ দাস ডাঙৰীয়ালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ।
BJP Assam Pradesh

21/05/2026

16th ASSAM LEGISLATIVE ASSEMBLY FIRST SESSION, 21st May, 2026

20/05/2026

PM Shri Narendra Modi's remarks during India-Italy Joint Press Meet in Rome.

16/05/2026

LIVE: PM Shri Narendra Modi participates in a community programme in The Hague, Netherlands.

ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ মুখ্য কাৰ্যালয়ত জিলাৰ সন্মানীয় সভাপতি চন্দ্ৰ জ্যোতি ঠাকুৰ ডাঙৰীয়াই জিলা বিষয়ববীয়া...
15/05/2026

ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ মুখ্য কাৰ্যালয়ত জিলাৰ সন্মানীয় সভাপতি চন্দ্ৰ জ্যোতি ঠাকুৰ ডাঙৰীয়াই জিলা বিষয়ববীয়া আৰু জিলাৰ মৰ্চাৰ সভাপতি সকলৰ লগত আগন্তুক সাংগঠনিক কাৰ্যক্ৰম সম্পৰ্কে বিশদভাৱে আলোচনা কৰে।

জিলা সভাপতি ডাঙৰীয়াই বিগত সময় বিলাকৰ দৰে অনাগত দিনত নিজৰ নিজৰ দায়িত্ব সমূহ সুচাৰুৰূপে পালন কৰি দলৰ সাগঠনিক দিশ শক্তিশালী কৰি ৰখাৰ আহ্বান জনায়।
#বিজেপি
Himanta Biswa Sarma
Dilip Saikia

13/05/2026

প্ৰথমখন কেবিনেট বৈঠকৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ।

12/05/2026

: বিজেপি মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ।

ঐতিহাসিক শুভাৰম্ভ: HBS 2.0সকলোকে অভিনন্দন।  2.0Himanta Biswa Sarma
12/05/2026

ঐতিহাসিক শুভাৰম্ভ: HBS 2.0
সকলোকে অভিনন্দন।
2.0
Himanta Biswa Sarma

Address

Golaghat
785621

Alerts

Be the first to know and let us send you an email when Bjp Golaghat District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share