Barjhar hawdy Janata

Barjhar hawdy Janata Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Barjhar hawdy Janata, Guwahati.

12/02/2024

পুণ্য তীৰ্থ যোজনাৰ জৰিয়তে অসম চৰকাৰে ২৫০০০ ভক্তক অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ ব্যৱস্থা কৰিব।
জয় জয় শ্ৰী ৰাম 🙏🕉️🙏🚩

ৰাজ্যৰ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিবলৈ ১০ হাজাৰ টকাকৈ প্ৰদানৰ বাবে আজি অসমৰ প্ৰতিটো গ...
21/01/2024

ৰাজ্যৰ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিবলৈ ১০ হাজাৰ টকাকৈ প্ৰদানৰ বাবে আজি অসমৰ প্ৰতিটো গাঁও পঞ্চায়তত প্ৰপত্ৰ(form) বিতৰণ কৰা হৈছে আৰু আমি বৰঝাৰ বাসি বাবে বৰঝাৰ গাঁও পঞ্চায়তত এই প্ৰপত্ৰ বিতৰণ কৰোঁ।
ৰাজ্যৰ ৩ লাখ ৭০ হাজাৰ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিবলৈ চৰকাৰে প্ৰথম পৰ্যায়তত ১০ হাজাৰ টকাকৈ প্ৰদান কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। দ্বিতীয় পৰ্যায়তত প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যই ২৫ হাজাৰ টকাকৈ বেংকৰ পৰা ঋণ লাভ কৰিব।

যোৱাকালি বৰঝাৰ গাওঁ পঞ্চায়তত আয়োজিত "বিকশিত ভাৰত সংকল্প যাত্ৰা"ত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা কিছু দৃশ্য। ইয়াত উপস্থিত...
21/01/2024

যোৱাকালি বৰঝাৰ গাওঁ পঞ্চায়তত আয়োজিত "বিকশিত ভাৰত সংকল্প যাত্ৰা"ত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা কিছু দৃশ্য। ইয়াত উপস্থিত থাকে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ মহোদয় নমিনি সন্মানীয় প্ৰণৱ চৰকাৰ ডাঙৰীয়া, বেছিমাৰী উন্নয়ন খণ্ডত বিষয়া সন্মানীয় সুচিত্ৰ তালুকদাৰ ডাঙৰীয়া, দলীয় কৰ্মকৰ্তাসকল, আসা বাইদেউ সকল, অংগনবআদঈ কৰ্মী-সহায়ক বাইদেউ সকল, আত্মসহায় গোটৰ সদস্য সকল, আদি।

২০২৪ বৰ্ষৰ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা ক্ৰমে 'অসম বৈভৱ', 'অসম সৌৰভ' আৰু 'অসম গৌৰৱ' অসমৰ গন্য-মান্য প্ৰভাৱশালী ব্যক্...
17/01/2024

২০২৪ বৰ্ষৰ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা ক্ৰমে 'অসম বৈভৱ', 'অসম সৌৰভ' আৰু 'অসম গৌৰৱ' অসমৰ গন্য-মান্য প্ৰভাৱশালী ব্যক্তি সকলক সন্মানেৰে সন্মানিত কৰা হৈছে। অসমৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ প্ৰদান কৰা বিশিষ্ট ব্যক্তিসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

ৰক্ষা বন্ধন এক পবিত্ৰ বন্ধনৰ উৎসৱ। ভাই-ভনীৰ বন্ধনৰ এক পবিত্ৰ উদযাপন।      ৰক্ষা বন্ধন হৈছে ভাৰতত উদযাপন কৰা ভাই আৰু ভগ্ন...
31/08/2023

ৰক্ষা বন্ধন এক পবিত্ৰ বন্ধনৰ উৎসৱ। ভাই-ভনীৰ বন্ধনৰ এক পবিত্ৰ উদযাপন।
ৰক্ষা বন্ধন হৈছে ভাৰতত উদযাপন কৰা ভাই আৰু ভগ্নীৰ মাজৰ এক পবিত্ৰ উৎসৱৰ বন্ধন।
ভাৰতৰ উপৰিও ই নেপাল, বাংলাদেশ, শ্ৰীলংকা আৰু পাকিস্তানতো উদযাপন কৰে।
ভগ্নীয়ে আমাৰ জীৱনৰ মংগল আৰু দীর্ঘায়ু কামনা ক​ৰাৰ এক মহান উৎসৱ হ’ল-ৰক্ষা বন্ধন।

হিন্দু ধৰ্মৰ প্ৰিয় এই উৎসৱ গভীৰ বন্ধনৰ প্ৰতীক হিচাপে যুগযুগান্তৰ পৰা চলি আহিছে।
Happy Raksha Bamdhan💐🎊🎉🎁

🚩🙏Joy Jagannath ji🙏🚩Jagannath Puri Ratha Yatra is a grand religious procession that takes place in the city of Puri, Odi...
20/06/2023

🚩🙏Joy Jagannath ji🙏🚩
Jagannath Puri Ratha Yatra is a grand religious procession that takes place in the city of Puri, Odisha. It is one of the most significant festivals in the Hindu calendar and attracts devotees from across the world who come together to seek the blessing of Lord Jagannath, an incarnation of Lord Vishnu.

The highlight of the Rath Yatra is the ceremonial procession of the deities in chariots, which are pulled by thousands of devotees through the streets of Puri. This vibrant and colourful spectacle is accompanied by devotional singing, dancing, and chanting. This year, the festival is going to commence on June 20 at 10:04 pm and will end on June 21 at 7:09 pm.

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা  পবিত্ৰ অক্ষয় তৃতীয়াৰ শুভকামনা জনাইছোঁ।এই পবিত্ৰ ক্ষণে সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধ...
03/05/2022

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা পবিত্ৰ অক্ষয় তৃতীয়াৰ শুভকামনা জনাইছোঁ।
এই পবিত্ৰ ক্ষণে সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনক।🙏🙏🙏

আন্তঃৰ্জাতিক শ্ৰমিক দিৱসটো (International Workers' Day) মে' দিৱস নামেৰেও পৰিচিত। মে' মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহু দেশ...
01/05/2022

আন্তঃৰ্জাতিক শ্ৰমিক দিৱসটো (International Workers' Day) মে' দিৱস নামেৰেও পৰিচিত। মে' মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহু দেশত এই দিৱস পালিত হয়। কিছুমান দেশে মে’ দিৱসক শ্ৰমিক দিৱস হিচাপেও পালন কৰে। এই দিনটো চৰকাৰীভাৱে ছুটিৰ দিন। ১৮৮৬ চনৰ ১ মে’ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক ছহিদ হয়। পিছে যুক্তৰাষ্ট্ৰ বা কানাডাত এইদিন পালন কৰা নহয়। ইয়াৰ উপৰিও এইদিনটোৰ আন কিছু ঘটনা আছে যিবোৰ আঞ্চলিকভাৱে হয়তো পালন কৰা হয়।

জন হেনৰি
সম্পাদনা কৰক
জন হেনৰি
তীখাৰ আখৰে লিখা নাম তাৰ
যেন এটা চলন্ত ইঞ্জিন
হাতুৰীৰ তালে তালে গান গায় সুহুৰি দি
ৰংমনে কাম কৰে ৰাতি-দিন।

কলীয়া শিলত কটা হেনৰি
গ্ৰেনাইটেৰে গঢ়া পেশী জলমল
হাতুৰীৰ কোবে কোবে শিলে শিলে জুই জ্বলে
হাতুৰীয়ে মাথোঁ তাৰ সম্বল।

ভাৰ্জিনিয়াৰ ৰে'ল সুৰংগত
শিলৰ পাহাৰ কাটি কাটি
ৰে'ললাইন পতা হ'ব হেনৰিৰ হাতুৰীৰে
কোবে কোবে পাৰ হয় ৰাতি।

জন হেনৰিৰ চেনেহৰ লগৰী
নাম তাইৰ মেৰী মেগডেলিন
সুৰংগৰ বুকুতে কাণপাতি শুনিছিল
হেনৰিৰ হাতুৰীৰ বীণ!
বগা চৰ্দাৰক লাগে আৰু বেছি কাম
ষ্টীম ড্ৰিল কৰে আমদানি
আশংকা হেনৰিৰ যন্ত্ৰৰ ওচৰত
ল'ব নেকি পৰাজয় মানি।

'মই মেচিনৰ হ'ম প্ৰতিদ্বন্দ্বী'
জন হেনৰিয়ে কয় বুকু ডাঠি
ষ্টীম ড্ৰীলৰ লগতে হাতুৰীৰ চলে 'ৰেচ'
বিস্ময়ত কঁপি উঠে মাটি।

বগা চৰ্দাৰে কাঠ হাঁহি মাৰি
কয় 'নিগাৰ'ৰ চা অতপালি
তোৰ যদি জয় হয় নহ'ব সূৰ্যোদয়
ক'লা শিল হ'ব সোণোৱালী।

জন হেনৰিৰ হাতুৰীৰ চমকে
জিলিকায় বিজুলীৰ বান
মানুহৰ সৃষ্টি দুৰন্ত ষ্টীম ড্ৰীল
মানুহৰ হাতত হয় সৈমান।

আগ্নেয়গিৰিৰ মুখ ৰুদ্ধ
থমকিল হাতুৰীৰ শব্দ
হেনৰিৰ জয়ধ্বনি চৌপাশে যেতিয়া
হৃদপিণ্ড তাৰ স্তব্ধ
জন হেনৰিৰ কণমানি জীয়ৰী
শিলৰ বুকুৰে যেন নিজৰা
মাকৰ কোলাত বহি বাট চাই আছে কাৰ
কোনে দিব দেউতাৰ বতৰা!

মে' দিৱসৰ গানে গানে
নীলা আকাশৰ তলে দূৰ
শ্ৰমিকৰ জয়গানত কাণপাতি শুনা সৌ
হেনৰিৰ হাতুৰীৰ সুৰ।

বৰঝাৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমৰ কালিবাৰী নাট্য মন্দিৰত কিৰ্তনৰ কিছু দৃশ্য ্্্্হৰে কৃষ্ণ হৰে কৃষ্ণকৃষ্ণ কৃষ্ণ হৰে হৰে হৰে  ৰাম...
01/05/2022

বৰঝাৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমৰ কালিবাৰী নাট্য মন্দিৰত কিৰ্তনৰ কিছু দৃশ্য ্্্্
হৰে কৃষ্ণ হৰে কৃষ্ণ
কৃষ্ণ কৃষ্ণ হৰে হৰে
হৰে ৰাম হৰে ৰাম
ৰাম ৰাম হৰে হৰে🙏🙏🙏

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Barjhar hawdy Janata posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share