11/06/2026
ভাৰতীয় কলা আৰু সংস্কৃতিৰ বাবে এয়া এক ঐতিহাসিক তথা গৌৰৱোজ্জ্বল ক্ষণ! সংগীত নাটক একাডেমী ফেল’শ্বিপ আৰু বঁটাৰে সম্মানিত হোৱা দেশৰ প্ৰতিগৰাকী ব্যতিক্ৰমী গুণী গুৰু, শিল্পী আৰু যুৱ প্ৰতিভাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকৰ নিৰলস সাধনা আৰু আমাৰ সংস্কৃতিক জীয়াই ৰখাৰ সংগ্ৰামৰ বাবে ধন্যবাদ।