সদৌ অসম গৰীয়া জাতীয় পৰিষদ

  • Home
  • India
  • Guwahati
  • সদৌ অসম গৰীয়া জাতীয় পৰিষদ

সদৌ অসম গৰীয়া জাতীয় পৰিষদ পঞ্জীয়নকৃত গৰীয়া জনগোষ্ঠীয় সংগঠন
(1)

আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস৷ এই শুভক্ষণত প্ৰতিগৰাকী মুক্তিযুজাৰুলৈ শ্ৰদ্ধা নিবেদিছো ৷ লগতে সকলোকে শুভেচ্ছা জ্ঞাপন ...
14/08/2026

আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস৷ এই শুভক্ষণত প্ৰতিগৰাকী মুক্তিযুজাৰুলৈ শ্ৰদ্ধা নিবেদিছো ৷ লগতে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷

03/08/2026
03/08/2026

সদৌ অসম গৰীয়া জাতীয় পৰিষদে সকলো জিলা সমিতিৰ সহযোগত শিৱসাগৰ জিলাৰ বানপীড়িত শিমলুগুৰ, শিলশাকু, গড়মূৰ, কেন্দুগুৰি, বগদাই আৰু চন্টক আদি গাঁৱৰ বেছিকৈ ক্ষতিগ্ৰস্ত বহু পৰিয়ালৰ মাজত আৰ্থিক সহায় আগবঢ়োৱা হয়৷

02/08/2026

#দ্বিতীয়_কাৰ্যসূচী

শিৱসাগৰ জিলা বানপীড়িত অঞ্চলত আমি৷ SDRF টিং খুলি উদ্ধাৰ কৰা শিমলুগুৰি শিলশাকু গড়মূৰৰ ফাৰমিন চুলতানাক সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ সামৰ্থ্য অনুসৰি নগদ ৫০০০/- (পাঁচ) হাজাৰ টকাৰে কিছু সহায় কৰিবলৈ চেষ্টা কৰোঁ৷

02/08/2026

#প্ৰথম_কাৰ্যসূচী

শিৱসাগৰ জিলা বানপীড়িত অঞ্চলত আমি৷ শিমলুগুৰি গড়মূৰৰ প্ৰল্লৱ জ্যোতি হাজৰিকাক সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ সামৰ্থ্য অনুসৰি বস্ত্ৰ আৰু নগদ ২ (দুই) হাজাৰ টকাৰে কিছু সহায় কৰিবলৈ চেষ্টা কৰোঁ৷

26/07/2026

বানবিধস্ত নাজিৰাৰ চন্টকৰ বিশেষ ভাৱে সক্ষম জেবাৰ কাহিনী৷ মাতৃহীনা আৰু শাৰীৰিকভাৱে অসুস্থ বিশেষ ভাৱে সক্ষম জেবাক চোৱাচিতা কৰিব কোনে?বলীয়া বানে সকলো শেষ কৰিলে তেওঁলোকৰ,পিতৃও এলঝাইমাৰ ৰোগত আক্ৰান্ত৷ আজি সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ উপসভানেত্ৰী নাজৰিন ৰহমান ডাঙৰীয়ানীৰ লগতে শিমলুগুৰি আঞ্চলিক সমিতিৰ সম্পাদক মুকি বৰবৰুৱাই দূৰ্ভগীয়াৰ জেবাৰ কাষত কিছুসময় অতিবাহিত কৰে৷
Himanta Biswa Sarma
CMO Assam

Himanta Biswa Sarma CMO Assam PMO India
26/07/2026

Himanta Biswa Sarma CMO Assam
PMO India

ক্ৰিকেট বিশ্বই মনত ৰাখিব আপোনাক৷ Rest in peace, Sir.
18/07/2026

ক্ৰিকেট বিশ্বই মনত ৰাখিব আপোনাক৷ Rest in peace, Sir.

Address

G. C Main Road
Guwahati
784001

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+917896975984

Alerts

Be the first to know and let us send you an email when সদৌ অসম গৰীয়া জাতীয় পৰিষদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to সদৌ অসম গৰীয়া জাতীয় পৰিষদ:

Shortcuts

Share

Category