Journalist Sunil Borah

Journalist Sunil Borah I strongly believe in Social activism. Journalism is in my blood.

19/08/2026

কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰীৰে বৈঠক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । আজি দিল্লীলৈ ৰাওনা ।

16/08/2026

বহুদিনৰ মূৰত চাইকেলত । চলাওঁতে একো অসুবিধা নোহোৱা বাবে মনটো ভাল লাগিল ।

স্বাধীনতা দিৱসৰ শুভেচ্ছা ।
15/08/2026

স্বাধীনতা দিৱসৰ শুভেচ্ছা ।

শিৱসাগৰৰ পথাৰত এতিয়া কেৱল পলস আৰু বোকা।স্থান - বিহুবৰ,নাজিৰা,শিৱসাগৰ ।
14/08/2026

শিৱসাগৰৰ পথাৰত এতিয়া কেৱল পলস আৰু বোকা।

স্থান - বিহুবৰ,নাজিৰা,শিৱসাগৰ ।

12/08/2026

বানাক্ৰান্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক আন ঠাইৰ আৱাসিক শিক্ষানুষ্ঠানত পঢ়োৱাৰ পদক্ষেপ অব্যাহত থাকিব । এটা আহ্বান জনাইছোঁ , সঁহাৰি জনাব বুলি কামনা কৰিলো ।

জলপ্ৰলয়ে কিতাপ-বহী ,ইউনিফৰ্ম সকলো উটুৱাই নিছিল । কিন্তু আজি এইকেইগৰাকী ছাত্ৰীয়ে ঘূৰাই পালে তেওঁলোকৰ সপোনবোৰ । বিশেষ টোকা...
11/08/2026

জলপ্ৰলয়ে কিতাপ-বহী ,ইউনিফৰ্ম সকলো উটুৱাই নিছিল । কিন্তু আজি এইকেইগৰাকী ছাত্ৰীয়ে ঘূৰাই পালে তেওঁলোকৰ সপোনবোৰ ।

বিশেষ টোকা- অনুগ্ৰহ কৰি সংবাদ মাধ্যমে ছাত্ৰী কেইগৰাকীৰ চেহেৰা আৰু নাম প্ৰকাশ নকৰিব । গাইড-লাইন মতে এইয়া মানি চলাটো দৰকাৰ ।

10/08/2026

অৱশেষত বানাক্ৰান্ত চাৰিগৰাকী ছাত্ৰীক ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ত গটালোঁ । কিমান ভাল লাগিছে ভাষাৰে বুজাব নোৱাৰো ।

10/08/2026

শিৱসাগৰৰ বিহুবৰৰ পৰা ছাত্রীকেইগৰাকীৰ সৈতে কাজিৰঙা পালোহি ।

10/08/2026

জলপ্ৰলয়ত বিধস্ত হোৱা গাঁৱৰ চাৰিগৰাকী ছাত্ৰীক পঢ়াবলৈ লৈ যোৱা হৈছে নগাঁওস্থিত শিক্ষানুষ্ঠান ৰামানুজন চিনিয়ৰ চেকণ্ডাৰী স্কুললৈ । ছাত্ৰী কেইগৰাকীক আশীৰ্বাদ কৰিব নতুন শিক্ষা জীৱনৰ বাবে ।

মাজগাওঁ, শিলনী, বিহুবৰ,শিৱসাগৰ ।

10/08/2026

বানবিধস্ত বিহুবৰৰ মাজগাঁৱৰ চাৰি গৰাকী ছাত্র-ছাত্ৰীক আজি লৈ যোৱা হ'ব এখন প্ৰতিষ্ঠিত আৱাসিক শিক্ষানুষ্ঠানলৈ ।

Address

Guwahati

Telephone

+19854088807

Website

Alerts

Be the first to know and let us send you an email when Journalist Sunil Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Journalist Sunil Borah:

Shortcuts

Share