Aam Aadmi Party Assam

Aam Aadmi Party Assam "এতিয়া অসমতো হ'ব পৰিবৰ্তন,
চলিব কামৰ ৰাজনীতি, ৰাইজে পাব দুৰ্নীতি - ভ্ৰষ্টাচাৰ মুক্ত অসম"

দুৰ্নীতিৰ আন এক অধ্যায়!মধ্যভোগীৰ মুনাফাত বন্দী কন কন ল’ৰা ছোৱালীৰ স্বাস্থ্য!নিম্ন মানদণ্ডৰ কাপোৰ চৰকাৰী স্কুলৰ ছাত্ৰছাত্...
05/06/2026

দুৰ্নীতিৰ আন এক অধ্যায়!

মধ্যভোগীৰ মুনাফাত বন্দী কন কন ল’ৰা ছোৱালীৰ স্বাস্থ্য!

নিম্ন মানদণ্ডৰ কাপোৰ চৰকাৰী স্কুলৰ ছাত্ৰছাত্ৰীলৈ৷

নিকা নিযুক্তিৰ কথা কোৱা চৰকাৰ ক’ত এতিয়া?তদন্ত দিব নে?নে এনেদৰেই দুৰ্নীতি চলি থাকিব?
05/06/2026

নিকা নিযুক্তিৰ কথা কোৱা চৰকাৰ ক’ত এতিয়া?
তদন্ত দিব নে?
নে এনেদৰেই দুৰ্নীতি চলি থাকিব?

05/06/2026
১৯৭৩ চনৰ ৫ জুন তাৰিখৰ পৰা আৰম্ভ হোৱা বিশ্ব পৰিৱেশ দিৱসৰ আজিৰ এই শুভ ক্ষণত সকলোকে আপ, অসমৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো।"এক ...
05/06/2026

১৯৭৩ চনৰ ৫ জুন তাৰিখৰ পৰা আৰম্ভ হোৱা বিশ্ব পৰিৱেশ দিৱসৰ আজিৰ এই শুভ ক্ষণত সকলোকে আপ, অসমৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো।
"এক বৃক্ষ দশ পুত্ৰ সম"- এই মহান বাণীয়ে বৃক্ষৰ অপৰিসীম মূল্য আৰু জীৱনদায়ী অৱদানৰ কথা সোঁৱৰাই দিয়ে।
প্ৰকৃতি আমাৰ অস্তিত্বৰ আধাৰ। গছ-গছনিয়ে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে বিশুদ্ধ বায়ু, ছাঁ আৰু জীৱকুলৰ বাবে এক সুস্থ বাসস্থান প্ৰদান কৰে। সেয়েহে বৃক্ষ সংৰক্ষণ আৰু ৰোপণ কৰাটো কেৱল এক সামাজিক দায়িত্ব নহয়, ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি আমাৰ এক মহৎ কৰ্তব্য।
আহক, বৃক্ষ ৰোপণ আৰু সংৰক্ষণক এক জনআন্দোলনলৈ ৰূপান্তৰিত কৰোঁ। কিয়নো আজিৰ এজোপা গছেই কাইলৈৰ সেউজীয়া, সুস্থ আৰু সমৃদ্ধ জীৱনৰ ভেটি।

দুৰ্নীতিগ্ৰস্ত নেতালৈ  মন্ত্ৰীত্ব!ভাল কাম কৰা বিধায়ক দুজনমানলৈ সমবেদনা৷মন্ত্ৰীৰ অৰ্হতাৰ মাপকাঠি ৰাইজৰ সম্মখত!দুৰ্নীতিৰ ব...
04/06/2026

দুৰ্নীতিগ্ৰস্ত নেতালৈ মন্ত্ৰীত্ব!ভাল কাম কৰা বিধায়ক দুজনমানলৈ সমবেদনা৷

মন্ত্ৰীৰ অৰ্হতাৰ মাপকাঠি ৰাইজৰ সম্মখত!

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰৰ প্ৰকৃত স্বৰূপ!

ৰাইজলৈ শুভেচ্ছা৷

03/06/2026

*শোক প্ৰস্তাৱ*

শিৱসাগৰ সমষ্টিৰ বিধায়ক শ্ৰী অখিল গগৈ ডাঙৰীয়াৰ মাতৃ শ্ৰদ্ধাৰ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ বিয়োগৰ বাতৰিত আমি গভীৰভাৱে মৰ্মাহত হৈছো।

মাতৃ বিয়োগ এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু এই শোকৰ মুহূৰ্তত গগৈ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

ঈশ্বৰে আপোনালোকক এই অসহনীয় দুখ সহ্য কৰাৰ শক্তি দিয়ক।

ওঁম শান্তি।

সভাপতি,
আম আদমী পাৰ্টী, অসম

তদন্তৰ ঘোষণা কেতিয়া কৰিব চৰকাৰে ?শূন্য সহনশীল চৰকাৰ ক’ত এতিয়া ?দুনীতিৰ পক্ষ লৈ যুক্তি দিব কোনে?উত্তৰ কোনে দিব?
02/06/2026

তদন্তৰ ঘোষণা কেতিয়া কৰিব চৰকাৰে ?
শূন্য সহনশীল চৰকাৰ ক’ত এতিয়া ?
দুনীতিৰ পক্ষ লৈ যুক্তি দিব কোনে?

উত্তৰ কোনে দিব?

নীতি আয়োগৰ ৰিপোৰ্ট মতে শিক্ষাৰ ক্ষেত্ৰত পাঞ্জাব এতিয়া দেশৰ ভিতৰত প্ৰথম। পাঞ্জাৱত এতিয়া আম আদমী পাৰ্টীৰ চৰকাৰ আছে। চৰক...
02/06/2026

নীতি আয়োগৰ ৰিপোৰ্ট মতে শিক্ষাৰ ক্ষেত্ৰত পাঞ্জাব এতিয়া দেশৰ ভিতৰত প্ৰথম। পাঞ্জাৱত এতিয়া আম আদমী পাৰ্টীৰ চৰকাৰ আছে। চৰকাৰ গঠন কৰাৰ সময়ত পাঞ্জাব শিক্ষাৰ ক্ষেত্ৰত ২৭, নং স্থানত আছিল। পাঁচ বছৰৰ ভিতৰত ভাগৱত মান চৰকাৰে এই স্থান ১ নম্বৰলৈ লৈ আনিলে।


১২৫০ টকা পালো বুলিয়েই ভাল বেয়া ,ভূল শুদ্ধ বিচাৰ কৰিব নোৱাৰা হব নালাগে৷নেতাই এসাজ ভাত 2000 টকাৰে খায়৷৬০,০০০হাজাৰ টকাৰ লেপ...
01/06/2026

১২৫০ টকা পালো বুলিয়েই ভাল বেয়া ,ভূল শুদ্ধ বিচাৰ কৰিব নোৱাৰা হব নালাগে৷

নেতাই এসাজ ভাত 2000 টকাৰে খায়৷৬০,০০০হাজাৰ টকাৰ লেপটপৰ নামত ২৫০০০০ টকা সৰকাই!

তাৰ পাছতো জিন্দাবাদ,জিন্দাবাদ কৰাতো সমুচিন নে?

Address

Guwahati , Assam
Gauhati

Alerts

Be the first to know and let us send you an email when Aam Aadmi Party Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Aam Aadmi Party Assam:

Share