17/05/2026
ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত আৰু এক ঐতিহাসিক পদক্ষেপ! 🇮🇳
প্ৰধানমন্ত্ৰী Narendra Modi-জীৰ নেদাৰলেণ্ডছ ভ্ৰমণৰ সময়ত ভাৰতলৈ ঘূৰাই দিয়া হ’ল ঐতিহাসিক 𝐀𝐧𝐚𝐢𝐦𝐚𝐧𝐠𝐚𝐥𝐚𝐦 𝐂𝐨𝐩𝐩𝐞𝐫 𝐏𝐥𝐚𝐭𝐞𝐬, যাক 𝐋𝐞𝐢𝐝𝐞𝐧 𝐏𝐥𝐚𝐭𝐞𝐬 বুলিও জনা যায়।
১১শ শতিকাৰ চোল যুগৰ এই অমূল্য নিদৰ্শনসমূহ দীৰ্ঘ তিনি শতাব্দীৰো অধিক সময় ধৰি Leiden University-ত সংৰক্ষিত হৈ আছিল। এই ঐতিহাসিক সম্পদে কেৱল তামিল ইতিহাসৰ গৌৰৱকেই বহন নকৰে, বৰঞ্চ মহান চোল সাম্ৰাজ্যৰ সমৃদ্ধ ঐতিহ্য আৰু ভাৰতৰ সাংস্কৃতিক মহিমাৰো উজ্জ্বল প্ৰতীক হিচাপে পৰিগণিত হৈছে।
এই পুনৰুদ্ধাৰে আমাৰ ঐতিহ্য, সংস্কৃতি আৰু ইতিহাস সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ দৃঢ় সংকল্পৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। 🇮🇳
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJYM Assam