BJP SC Morcha Assam

BJP SC Morcha Assam Official Page of BJP SC morcha Assam Pradesh.

25/08/2026

আজি নতুন দিল্লীত ‘Grit & Glory: How India’s Northeast Was Transformed One Heart at a Time’ গ্ৰন্থখন উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়া।

25/08/2026

'যিখন ভাৰতত এসময়ত মানুহে ডিজিটেল লেনদেনক লৈ সন্দেহ প্ৰকাশ কৰিছিল, সেই একেখন ভাৰততে আজি ওচৰ-চুবুৰীয়াৰ বিক্ৰেতাই এটা নেমু, অলপ ধনীয়া বা মাত্ৰ কেইটামান শাক-পাচলিৰ বাবেও UPI গ্ৰহণ কৰিছে!'

প্ৰখ্যাত ভাৰতীয় সংগীতশিল্পী শংকৰ মহাদেৱনে ভাৰতৰ UPI বিপ্লৱৰ ছবিখন সুন্দৰভাৱে তুলি ধৰিছে ।

25/08/2026

UPI ব্যৱস্থাই দহ বছৰ অতিক্ৰম কৰিছে।

পূৰ্বৰ নগদ ধন কঢ়িয়াই ফুৰাৰ চিন্তাৰ বিপৰীতে UPI ব্যৱস্থাই সকলোকে চিন্তামুক্ত কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনকালত সুদূৰপ্ৰসাৰী পদক্ষেপসমূহৰ ভিতৰত UPI ব্যৱস্থাও অন্যতম।


'বন্দে মাতৰম' শুনিলে কিয় অস্বস্তিত পৰে কংগ্ৰেছ..!
25/08/2026

'বন্দে মাতৰম' শুনিলে কিয় অস্বস্তিত পৰে কংগ্ৰেছ..!

25/08/2026

বিদ্যুতৰ বিল পৰিশোধ, ৰেষ্টুৰেণ্টৰ বিল পেমেণ্ট, বজাৰ সমাৰ সকলোতে প্ৰতিদিনে কোটি কোটি ভাৰতীয়ই UPI ব্যৱহাৰ কৰি পৰিশোধ কৰি আছে। গতি ইমানেই দ্ৰুত যে দেশত প্ৰতি ছেকেণ্ডত ১ কোটি টকা UPI পেমেণ্ট সম্পন্ন হৈছে!

যোৱা ১০ বছৰত UPI-য়ে পেমেণ্ট কৰাৰ পদ্ধতিটোৱে আমাৰ জীৱন-যাপন অত্যন্ত সহজ কৰি তুলিছে।

25/08/2026

LIVE: BJP National Spokesperson Dr. Sambit Patra addresses press conference at BJP headquarters, New Delhi.

25/08/2026

কৃষকৰ আত্মবিশ্বাসে যেতিয়া কথা কয়, সেয়াও বিকশিত অসমৰ প্রাপ্তি।

Bharatiya Janata Party (BJP)
भाजपा राष्ट्रीय अनुसूचित जाति मोर्चा - BJP SC Morcha
BJP Assam Pradesh
Narendra Modi
Nitin Nabin
Shivesh Kumar
Himanta Biswa Sarma
Dilip Saikia
Ravindra Raju
Munindra Das Bapti
Nabarun Medhi

25/08/2026

আশাপ্ৰদ বাতৰি...

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আচনিৰ ধনেৰে কলাইগাঁৱৰ বিজু শৰ্মা আৰু জুমি শৰ্মা বাইদেউ দুগৰাকীয়ে আৰম্ভ কৰা হোটেলখনেৰে তেওঁলোকে স্বাৱলম্বীতাৰ পথ মুকলি কৰিছে।

এয়া হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পাৰ্শ্বজ্যোতি। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ বহু আইমাতৃয়ে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে।

ভিডিঅ' সৌজন্যঃ অসম সংবাদ

আজি নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ মন্ত্ৰী শ্ৰীযুত নীতিন গাডকাৰি ডাঙৰীয়াৰ সৈতে অসমৰ মাননীয়...
24/08/2026

আজি নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ মন্ত্ৰী শ্ৰীযুত নীতিন গাডকাৰি ডাঙৰীয়াৰ সৈতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠককালত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও উপস্থিত থাকে।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ মন্ত্ৰী গাডকাৰী ডাঙৰীয়াৰ সৈতে হোৱা বৈঠকত নিম্নোক্ত বিষয়সমূহে মূলতঃ ঠাই পায়।

✅শেহতীয়াকৈ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী ৪ লেনযুক্ত ঘাইপথৰ ঘোষণা আৰু প্ৰকল্পটোৰ অগ্ৰগতিৰ পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন।

✅অসমৰ বানৰ দ্বাৰা প্ৰভাৱিত নুমলীগড়-জাজী আৰু জাজী-ডিব্ৰুগড় ক্ষতিগ্ৰস্ত অংশৰ মেৰামতিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত।

✅কালাইনগৰৰ পৰা শিলচৰলৈ ৪ লেনযুক্ত ঘাইপথটি মন্ত্ৰালয়ে দায়িত্ব লৈ ৰাজ্যিক ঘাইপথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ অধিসূচিত কৰাৰ সন্দৰ্ভত আলোচনা।

✅শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ আৰু ৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম ত্বৰান্বিত কৰা।

✅শিলচৰ-শ্ৰীনগৰ এক্সপ্ৰেছ কৰিড’ৰ আৰু গহপুৰ-নুমলীগড় সুৰংগৰ অগ্ৰগতিৰ সন্দৰ্ভত আলোচনা; দুয়োটা প্ৰকল্পৰ বাবে প্ৰাৰম্ভিক কাম চলি আছে।

✅কাছাৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ কেন্দ্ৰীভূত ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত।

✅বিভিন্ন প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ আৰু পৰিৱৰ্তন বিষয়ৰ আলোচনা।

भाजपा राष्ट्रीय अध्यक्ष श्री Nitin Nabin ने आज संत शिरोमणि श्री गुरु रविदास महाराज की 650वीं जयंती के उपलक्ष्य में आयोजि...
24/08/2026

भाजपा राष्ट्रीय अध्यक्ष श्री Nitin Nabin ने आज संत शिरोमणि श्री गुरु रविदास महाराज की 650वीं जयंती के उपलक्ष्य में आयोजित 'समरसता संकल्प अभियान’ के तहत बनारस से लाई गई पावन माटी कलश के 'वंदन एवं वितरण कार्यक्रम' में सहभागिता की और उपस्थित लोगों को संबोधित किया।

Bharatiya Janata Party (BJP)
भाजपा राष्ट्रीय अनुसूचित जाति मोर्चा - BJP SC Morcha
BJP Assam Pradesh
Narendra Modi
Lal Singh Arya
Shivesh Kumar
Himanta Biswa Sarma
Dilip Saikia
Ravindra Raju
Nabarun Medhi

Address

Atal Bihari Vajpayee Bhawan, Basistha Chariali, Beltola
Guwahati
781028

Alerts

Be the first to know and let us send you an email when BJP SC Morcha Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share