16/07/2026
🎶🙏 #জয়_জগন্নাথ ! #জয়_বলভদ্ৰ ! #জয়_মা_সুভদ্ৰা! 🙏🎶
#অসমীয়া_ভক্তিমূলক " #জগন্নাথ_ৰথযাত্ৰা_স্পেচিয়েল_গীতটি " আজি আপোনালোকৰ বাবে উৎসৰ্গিত।
🌼 এই ভক্তিমূলক গীতৰ Song & Music Created by BJP Kisan Morcha, Hailakandi District।
মহাপ্ৰভু জগন্নাথৰ অপাৰ কৃপাই সকলো ভক্তৰ জীৱনত শান্তি, সুখ, সমৃদ্ধি আৰু মঙ্গল বঢ়াই দিয়ক। এই পৱিত্ৰ ৰথযাত্ৰাৰ মহোৎসৱত সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। জগন্নাথ ৰথযাত্ৰা সমতা, ভক্তি আৰু একতাৰ প্ৰতীক হিচাপে পালন কৰা হয়।
🎧 গীতটো ভাল লাগিলে—
❤️ Like কৰক
💬 Comment কৰি "জয় জগন্নাথ" লিখক
🔄 Share কৰি সকলো ভক্তৰ ওচৰলৈ পৌঁছাই দিয়ক
➕ Follow কৰিব নাপাহৰিব।