BJYM Bamungaon Mandal

  • Home
  • BJYM Bamungaon Mandal

BJYM Bamungaon Mandal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJYM Bamungaon Mandal, Political organisation, Khring Khring, .

08/09/2022

গুৰু ব্ৰহ্মা,গুৰু বিষ্ণু,গুৰু দেৱো মহেশ্বৰ
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈশ্ৰী গুৰুৱে নম:
আজি শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত মহান দাৰ্শনিক শিক্ষাগুৰু ডা:সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্ম দিনত তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ।

08/09/2022

বিশ্ববিশ্ৰুত শিল্পী, 'ভাৰত ৰত্ন' ড° ভূপেন হাজৰিকাদেৱ, আমাৰ সকলোৰে হিয়াৰ আমঠু ভূপেনদালৈ আজি জন্ম দিৱসত সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ।
বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সাঁকো গঢ়োঁতা ভূপেনদাৰ জীৱনজোৰা সাধনা আৰু সুবিশাল সৃষ্টিৰাজি বহ্নিমান লুইতৰ দৰেই বিশ্ববাসীৰ হৃদয়ে হৃদয়ে প্ৰবাহিত হৈ ৰ'ব।

       ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি যুৱ মৰ্চা বামুণগাওঁ মন্ডলৰ উদ্যোগত মাৰ্কেটিং ৰংমহলা স্হিত বীৰ শ্বহীদ...
12/08/2022




৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি যুৱ মৰ্চা বামুণগাওঁ মন্ডলৰ উদ্যোগত মাৰ্কেটিং ৰংমহলা স্হিত বীৰ শ্বহীদ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত স্বচ্ছতা কাৰ্য্যসূচী পালন কৰা হয়।

10/08/2022



৭৫সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আগন্তুক ১৩-১৪-১৫ আগষ্ট তাৰিখৰ "ঘৰ ঘৰ ত্ৰিৰঙ্গা" কাৰ্য্যসূচীৰ সজাগতাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ নিৰ্দেশ মৰ্মে ভাৰতীয় জনতা যুৱ মৰ্চা হোজাই জিলাৰ উদ্যোগত এখন বিশাল মটৰ চাইকেল ৰেলী উলিওৱা হয়।
উক্ত কাৰ্যসূচীত যুৱ মৰ্চা বামুণগাওঁ মন্ডলৰ সম্মানীয় সভাপতি শ্ৰীযুত অনুপম নাথ ডাঙৰীয়াৰ নেতৃত্বত যুৱ মৰ্চা বামুণগাওঁ মন্ডলৰ কাৰ্য্যকৰ্তা সকলে অংশগ্ৰহণ কৰে।

Address

Khring Khring

782442

Telephone

+917002525443

Website

Alerts

Be the first to know and let us send you an email when BJYM Bamungaon Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM Bamungaon Mandal:

Shortcuts

  • Want your organization to be the top-listed Government Service?

Share