Noshad alom BJP

Noshad alom BJP BJP IS THE LERGEST POLITICAL PARTY IN THE INDIA OUR MISSION IS TO FORM GOVERNMENT AGAIN IN ASSAM 2026

সংগীত জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰৰ মহাপ্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ মধুৰ কণ্ঠৰ গীতসমূহ আমাৰ মাজত সদায় সজীৱ হৈ ...
12/04/2026

সংগীত জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰৰ মহাপ্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ মধুৰ কণ্ঠৰ গীতসমূহ আমাৰ মাজত সদায় সজীৱ হৈ ৰ’ব। বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ওঁম শান্তি। 🙏"

VOTE FOR SHILADITY DEV SIR 🙏VOTE FOR BJP NDA 🙏🙏🙏 VOTE FOR DEVELOPMENT 🙏🙏
08/04/2026

VOTE FOR SHILADITY DEV SIR 🙏
VOTE FOR BJP NDA 🙏🙏🙏
VOTE FOR DEVELOPMENT 🙏🙏

08/04/2026

VOTE FOR BJP 🙏 🙏 🙏
VOTE FOR HOJAI 🙏🙏🙏🙏
VOTE FOR SHILADITY DEV SIR 🙏 🙏
VOTE FOR DEVELOPMENT 🙏 🙏

DOOR-TO-DOOR CAMPAIGN BJP ZINDABAD আজি হোজাই বিধানসভা সমষ্টিৰ এন.ডি.এ সমৰ্থিত প্ৰাৰ্থী আমাৰ মৰমৰ Shiladitya Dev ডাঙৰীয়া...
05/04/2026

DOOR-TO-DOOR CAMPAIGN BJP ZINDABAD
আজি হোজাই বিধানসভা সমষ্টিৰ এন.ডি.এ সমৰ্থিত প্ৰাৰ্থী আমাৰ মৰমৰ Shiladitya Dev ডাঙৰীয়াৰ সমৰ্থনত ১৯ নম্বৰ ৱাৰ্ডত এক বিশেষ 'ঘৰে ঘৰে প্ৰচাৰ' অভিযান সম্পন্ন কৰা হয়। আমি প্ৰায় ১০০ তকৈও অধিক পৰিয়ালৰ কাষলৈ গৈ শিলাদিত্য দেৱ ডাঙৰীয়াৰ হৈ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰিছোঁ।

আটাইতকৈ সুখৰ কথা যে, এইবাৰ সংখ্যালঘু ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আৰু আশীৰ্বাদ বিজেপিৰ লগত আছে। ৰাইজৰ এই মৰম আৰু বিশ্বাসে আমাক উৎসাহিত কৰিছে।
#আকৌ_এবাৰ_বিজেপি_চৰকাৰ
Narendra Modi Himanta Biswa Sarma Dilip Saikia Santiuse Kujur Dilip Dhar Kamrul Choudhury Kamakhya Prasad Tasa Junti Bora BJP Hojai BJP Assam Pradesh BJP.Minority Morcha, Hojai District BJP Minority Morcha Assam Pradesh BJP Mahila Morcha Assam Pradesh Bjp Obc Morcha Assam Pradesh

অহা ৬ এপ্ৰিলত হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অনুষ্ঠিত হ’বলগীয়া দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi ডাঙৰীয়া...
04/04/2026

অহা ৬ এপ্ৰিলত হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অনুষ্ঠিত হ’বলগীয়া দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi ডাঙৰীয়াৰ বিশাল জনসভাৰ প্ৰস্তুতি সম্পৰ্কে আজি ভাৰতীয় জনতা পাৰ্টি, হোজাই জিলাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ প্ৰস্তুতি বৈঠকত অংশগ্ৰহণ কৰোঁ।

প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আদৰিবলৈ এতিয়া সমগ্ৰ হোজাইবাসী উৎসুক হৈ পৰিছে।

আশা কৰিছোঁ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ আপোনালোক সকলোৱে সঁহাৰি জনাব।
#আকৌ_এবাৰ_বিজেপি_চৰকাৰ
Himanta Biswa Sarma Dilip Saikia Santiuse Kujur Dilip Dhar Kamrul Choudhury Shiladitya Dev Sibu Misra Kamakhya Prasad Tasa Junti Bora Anup Deb Arjun Mazumder Habib Mohammed Chowdhury Uttam Kumar Das BJP Hojai BJP.Minority Morcha, Hojai District BJP Assam Pradesh BJP Minority Morcha Assam Pradesh BJP Mahila Morcha Assam Pradesh Bjp Obc Morcha Assam Pradesh

03/04/2026

Himanta Biswa Sarma ji zindabad 🙏

03/04/2026

অসমত বিকাশৰ নতুন জোৱাৰ!
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ডাঙৰীয়াই অসমৰ উন্নয়নৰ যি প্ৰশংসা কৰিলে, সি আমাক অধিক উৎসাহিত কৰিছে। ডাবল ইঞ্জিন চৰকাৰৰ নেতৃত্বত অসম আজি এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে।"
#আকৌ_এবাৰ_বিজেপি_চৰকাৰ
Narendra Modi Himanta Biswa Sarma BJP Hojai BJP Assam Pradesh

বিশ্বনেতা তথা অসম হিতৈষী ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াক অসমৰ পবিত্ৰভূমিলৈ উষ্ম আদৰণি জনাবলৈ...
03/04/2026

বিশ্বনেতা তথা অসম হিতৈষী ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াক অসমৰ পবিত্ৰভূমিলৈ উষ্ম আদৰণি জনাবলৈ আমি সাজু।

আজি হোজাই জিলা কাৰ্যালয়ত জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি শ্ৰীযুত Kamrul Choudhury ডাঙৰীয়াৰ নেতৃত্বত এক গুৰুত্বপূৰ্ণ প্ৰস্তুতি বৈঠক সম্পন্ন হয়। আগন্তুক কাৰ্যসূচী কেনেকৈ সুচাৰুৰূপে, শান্তি-শৃংখলাবদ্ধভাৱে আৰু শৃংখলিত আসন ব্যৱস্থাপনাৰে (Seating Arrangement) সফল কৰি তুলিব পাৰি, সেই সন্দৰ্ভত বিতং আলোচনা কৰা হয়।

জনতাক সেৱা কৰিবলৈ আমি দৃঢ়পৰিকৰ।
#আকৌ_এবাৰ_বিজেপি_চৰকাৰ
Himanta Biswa Sarma Dilip Saikia Santiuse Kujur Dilip Dhar Kamakhya Prasad Tasa Shiladitya Dev Sibu Misra Shahabuddin Mazumder

অতীতৰ হোজাই কলেজ আজি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়। 'এক জিলা, এক বিশ্ববিদ্যালয়' সংকল্পৰে অসমৰ শৈক্ষিক ক্ষেত্ৰখনক এক ...
03/04/2026

অতীতৰ হোজাই কলেজ আজি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়। 'এক জিলা, এক বিশ্ববিদ্যালয়' সংকল্পৰে অসমৰ শৈক্ষিক ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰা হৈছে। শিক্ষাৰ এই যাত্ৰা অব্যাত থাকিব।
#আকৌ_এবাৰ_বিজেপি_চৰকাৰ
Narendra Modi Himanta Biswa Sarma Dilip Saikia Santiuse Kujur Shiladitya Dev

Address

HOJAI FCI Road
Hojai
782435

Alerts

Be the first to know and let us send you an email when Noshad alom BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share