Badruddin Ajmal,MLA

Badruddin Ajmal,MLA AIUDF BINNAKANDI LAC

নতুন প্ৰজন্মৰ সপোনক বাস্তৱায়িত কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস।স্নাতক আৰু স্নাতকোত্তৰ মহিলা শিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰা কেৰি...
03/07/2026

নতুন প্ৰজন্মৰ সপোনক বাস্তৱায়িত কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস।

স্নাতক আৰু স্নাতকোত্তৰ মহিলা শিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰা কেৰিয়াৰ কাউঞ্চিলিং অনুষ্ঠানত অংশগ্ৰহণ কৰি উচ্চ শিক্ষা, কৰ্মসংস্থান, দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীল জীৱন গঢ়াৰ বিভিন্ন দিশ সম্পৰ্কে মত-বিনিময় , লগতে যিসকল মহিলাই ক্ষুদ্ৰ ব্যৱসায় বা কৃষিভিত্তিক উদ্যোগৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব বিচাৰে, তেওঁলোকক সাধ্যানুসাৰে সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান

আজি ২০২৫–২৬ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত বিনাকান্দি সমষ্টিৰ অন্তৰ্গত দক্ষিণ দেৱস্থানৰ পৰা মৌদ্ৰংগ পথাৰ...
02/07/2026

আজি ২০২৫–২৬ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত বিনাকান্দি সমষ্টিৰ অন্তৰ্গত দক্ষিণ দেৱস্থানৰ পৰা মৌদ্ৰংগ পথাৰলৈ আৰু চামৰালি টুপ গাঁৱৰ পৰা চামৰালি বজাৰলৈ নিৰ্মাণ হ'বলগীয়া পকীপথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

হোজাইৰ গোপালনগৰত অৱস্থিত আব্দুল খালিক মেম'ৰিয়েল হাইস্কুলৰ প্ৰধান শিক্ষক কিতাব আলী ডাঙৰীয়াৰ নেতৃত্বত অহা এখন সঁজাতি দলে...
02/07/2026

হোজাইৰ গোপালনগৰত অৱস্থিত আব্দুল খালিক মেম'ৰিয়েল হাইস্কুলৰ প্ৰধান শিক্ষক কিতাব আলী ডাঙৰীয়াৰ নেতৃত্বত অহা এখন সঁজাতি দলে সৌজন্যমূলকভাৱে সাক্ষাৎ কৰে

02/07/2026

বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত মোৰাঝাৰ অঞ্চলৰ DIGHALJAR STATE DISPENSARYত পৰিদৰ্শন

ডুবাইত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বিন্নাকান্দি সমষ্টিৰ অকচেক পথাৰৰ উদীয়মান যুৱক শ্বাহিন আহমেদৰ বাসগৃহত উপস্থিত ....
02/07/2026

ডুবাইত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বিন্নাকান্দি সমষ্টিৰ অকচেক পথাৰৰ উদীয়মান যুৱক শ্বাহিন আহমেদৰ বাসগৃহত উপস্থিত ....

বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত মোৰাঝাৰ অঞ্চলৰ DIGHALJAR STATE DISPENSARYত পৰিদৰ্শন
01/07/2026

বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত মোৰাঝাৰ অঞ্চলৰ DIGHALJAR STATE DISPENSARYত পৰিদৰ্শন

হাজী আনফৰ আলী কলেজৰ গবৰ্ণিং কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰি কলেজখনৰ সামগ্ৰিক উন্নয়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা...
01/07/2026

হাজী আনফৰ আলী কলেজৰ গবৰ্ণিং কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰি কলেজখনৰ সামগ্ৰিক উন্নয়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকত অতি সোনকালেই চাইন্স বিভাগ আৰম্ভ কৰাৰ আশ্বাস প্ৰদান কৰা হয়। লগতে ব্যক্তিগত ধনেৰে ২৫ লাখ টকা ব্যয় সাপেক্ষে "মৰহুম হাজী আজমল আলী" চাহাবৰ নামত এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ ঘোষণা কৰা হয়।

ইয়াৰ উপৰিও, MsDP পুঁজিৰ পৰা অহা ছমাহৰ ভিতৰত ১ কোটি টকা আবণ্টনৰ আশ্বাসো প্ৰদান কৰা হয়।

30/06/2026

আজি ডবকা ৰাজহ চক্ৰ বিষয়া চৈতালী ৰানী দত্তৰ উপস্থিতিত ডবকা পৌৰসভাৰ পদেন সদস্য ৰূপে শপত গ্ৰহণ ...

আজি জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত জিলা আয়ুক্ত মি: সঞ্জয় দত্তক সাক্ষাৎ কৰি কেইবালানি উন্নয়নমূলক আচঁনি সন্দৰ্ভত আলোচনা...
29/06/2026

আজি জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত জিলা আয়ুক্ত মি: সঞ্জয় দত্তক সাক্ষাৎ কৰি কেইবালানি উন্নয়নমূলক আচঁনি সন্দৰ্ভত আলোচনা...

উন্নয়নৰ আন এক পদক্ষেপ...
29/06/2026

উন্নয়নৰ আন এক পদক্ষেপ...

Address

Hojai
Hojai
782445

Website

Alerts

Be the first to know and let us send you an email when Badruddin Ajmal,MLA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share