AIFB Hojai District Committee

AIFB Hojai District Committee Official page of AIFB Hojai District Committee. ( Party Founded by Netaji Subhas Chandra Bose in 1939)

আপনাদের সকলকে মহালয়ার শুভেচ্ছা।
21/09/2025

আপনাদের সকলকে মহালয়ার শুভেচ্ছা।

আজিৰ দিনটো অসমীয়া সংগীত জগতৰ বাবে এক অপূৰ্ণ ক্ষতি।জুবিন গাৰ্গ — এক নাম, এক অনুভৱ, এক যাত্ৰা।আপোনাৰ গীতে আমাৰ প্ৰজন্মক অ...
19/09/2025

আজিৰ দিনটো অসমীয়া সংগীত জগতৰ বাবে এক অপূৰ্ণ ক্ষতি।
জুবিন গাৰ্গ — এক নাম, এক অনুভৱ, এক যাত্ৰা।
আপোনাৰ গীতে আমাৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিছে আৰু আগন্তুক প্ৰজন্মকো পথ দেখাই যাব।
অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, হোজাই জিলাৰ তৰফৰ পৰা জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো।

🙏 শান্তি পাওক মৰমৰ জুবিন দাৰ আত্মা, আপোনাৰ সুৰ সদায় জীয়াই থাকিব। 💔

সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ।
17/09/2025

সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ।

অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, অসম ৰাজ্যিক অধ্যক্ষ আৰু TUCC কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন ৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক কমৰেড মিহিৰ ন...
16/09/2025

অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, অসম ৰাজ্যিক অধ্যক্ষ আৰু TUCC কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন ৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক কমৰেড মিহিৰ নন্দী ডাঙৰীয়াই কিশলয় বিদ্যাপিঠ এম, ই বিদ্যালয় ( দিশপুৰ, গুৱাহাটী, অসম) ত বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ বাবে এটি Sound Box প্ৰধান শিক্ষকৰৰ হাতত সমজাই দিয়ে।

Ayan Majumdar Deep

Address

Hojai District
Hojai
782435

Website

Alerts

Be the first to know and let us send you an email when AIFB Hojai District Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share