31/08/2026
তাৰিখ:-31-08-2026 ইং।
কাৰ্য্যসূচী:- বিশেষ সাংগঠনিক সভা।
স্থান:- 4নং যমদুৱাৰ মণ্ডল কাৰ্য্যালয়(কাশিয়াবাৰী)
আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত 4নং যমদুৱাৰ মণ্ডলৰ সভাপতি শ্ৰীযুত সুজিত মুছাহাৰী ডাঙৰীয়াৰ নেতৃত্বত এখন বিশেষ সাংগঠনিক সভাৰ আয়োজন কৰা হয়।উক্ত সভাত উপস্থিত আছিল Sjt. Shankar Prasad Roy ডাঙৰীয়া(প্ৰভাৰী কোকৰাঝাৰ জিলা),কোকৰাঝাৰ জিলাৰ সম্পাদক শ্ৰীযুত ৰাহুল নাৰ্জাৰী ডাঙৰীয়া,কোকৰাঝাৰ জিলাৰ TEA মৰ্চাৰ সভাপতি শ্ৰীযুত কাইন কুমাৰ হেমব্ৰম ডাঙৰীয়া,মণ্ডল বিষয়ববীয়া সকল ,সকলো মৰ্চাৰ সভাপতি/সাধাৰণ সম্পাদক, বিষয়ববীয়া সকল আৰু সন্মানীয় শক্তিকেন্দ্ৰ প্ৰমুখ সকল।
🙏BHARAT MATA KI JAI 🙏
🙏BJP ZINDABAD 🙏
Janata Party (BJP)
Assam Pradesh
Modi
P Nadda
Biswa Sarma
kalita ভৱেশ কলিতা
Sharma
Hazarika
Mallabaruah
Das
Margherita
Kissan II