Santanu Da for Teok

Santanu Da for Teok Politician

অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় বিধায়কসকললৈ অভিনন্দন!
04/06/2026

অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় বিধায়কসকললৈ অভিনন্দন!

শ্ৰমিকসকল আমাৰ সমাজৰ মেৰুদণ্ড স্বৰূপ। তেওঁলোকৰ কষ্টসাধ্য কামে সমাজখনক এক শক্তিশালী ভেটি প্ৰদান কৰে আৰু আমাক এক সুন্দৰ পৰ...
01/05/2026

শ্ৰমিকসকল আমাৰ সমাজৰ মেৰুদণ্ড স্বৰূপ। তেওঁলোকৰ কষ্টসাধ্য কামে সমাজখনক এক শক্তিশালী ভেটি প্ৰদান কৰে আৰু আমাক এক সুন্দৰ পৰিৱেশ উপহাৰ দিয়ে।

আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ এই দিনটোত প্ৰতিগৰাকী শ্ৰমজীৱী ব্যক্তিলৈ গভীৰ কৃতজ্ঞতা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু তথা নৱবৰ্ষৰ এই পবিত্ৰ ক্ষণত সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ব...
15/04/2026

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু তথা নৱবৰ্ষৰ এই পবিত্ৰ ক্ষণত সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বসন্তৰ এই আগমনে আমাৰ সমাজৰ প্ৰতিজন ব্যক্তিৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল আনন্দ আৰু অপাৰ সম্ভাৱনা। পুৰণি বছৰটোৰ সকলো তিতা-মিঠা অভিজ্ঞতা নেওচি নতুন বছৰটোত আমি সকলোৱে যাতে একতা আৰু শান্তিৰে আগবাঢ়ি যাব পাৰোঁ, তাৰেই কামনা কৰিলোঁ।

13/04/2026

ধন্যবাদ দিলীপ শইকীয়া ডাঙৰীয়া

সুন্দৰ সিদ্ধান্ত।

Santanu Puzari

যোৰহাটৰ পৱিত্ৰ ভূমিত মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক স্বাগতম জনাইছোঁ।Himanta Biswa Sarma
03/04/2026

যোৰহাটৰ পৱিত্ৰ ভূমিত মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক স্বাগতম জনাইছোঁ।

Himanta Biswa Sarma

Address

Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when Santanu Da for Teok posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share