Sanjjay Krishna Tanti

Sanjjay Krishna Tanti Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sanjjay Krishna Tanti, Political Party, Mariani.

তফাৎ ...
01/03/2026

তফাৎ ...

Welcome Honble Prime Minister sir
14/02/2026

Welcome Honble Prime Minister sir

প্ৰাৰ্থী হোৱাৰ অধিকাৰ দলৰ কাৰ্যকৰ্তা হিচাবে মোৰো আছে।
05/02/2026

প্ৰাৰ্থী হোৱাৰ অধিকাৰ দলৰ কাৰ্যকৰ্তা হিচাবে মোৰো আছে।

আজিৰ দিনটোত তিতাবৰ সমষ্টিৰ অন্তৰ্গত ৫৪ নং চিনামৰা গাঁৱ পঞ্চায়ত আৰু ৫৫ নং কৰঙা গাঁৱ পঞ্চায়তৰ বুথ স্তৰৰ কাৰ্যকৰ্তা সকলৰ ...
05/02/2026

আজিৰ দিনটোত তিতাবৰ সমষ্টিৰ অন্তৰ্গত ৫৪ নং চিনামৰা গাঁৱ পঞ্চায়ত আৰু ৫৫ নং কৰঙা গাঁৱ পঞ্চায়তৰ বুথ স্তৰৰ কাৰ্যকৰ্তা সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা পঞ্চায়ত ভিত্তিক সাংগঠনিক সভাত অংশগ্ৰহণ কৰোঁ। দুয়োখন পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সকলে দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী অব্যাহত ৰাখিছে।
Himanta Biswa Sarma
Kamakhya Prasad Tasa

এটা কথা জানা...তুমি নাথাকিলে মৰি নাযাওঁ।কিন্তু,তুমি লগত থাকিলে যে জীৱনটো জীয়াই থাকি কিবা এটা অতি ভাল লাগিব।তুমি মোৰ প্ৰ...
04/02/2026

এটা কথা জানা...তুমি নাথাকিলে মৰি নাযাওঁ।কিন্তু,তুমি লগত থাকিলে যে জীৱনটো জীয়াই থাকি কিবা এটা অতি ভাল লাগিব।তুমি মোৰ প্ৰয়োজন নহয়।তুমি সদায় মোৰ প্ৰিয়জন।

ব্ৰহ্মপুত্ৰৰ পাৰত এটি সময়
04/02/2026

ব্ৰহ্মপুত্ৰৰ পাৰত এটি সময়

ঔঁম নমহঃ শিবায়।
04/02/2026

ঔঁম নমহঃ শিবায়।

পৰম শ্ৰদ্ধেয় কবিন্দ্ৰ পুৰকায়স্থদেৱৰ পৰলোকগমনে সমগ্ৰ বিজেপি পৰিয়ালক গভীৰ শোকত নিমজ্জিত কৰিছে। দলটোক গঢ়ি তোলাত আৰু বিস্তাৰ...
08/01/2026

পৰম শ্ৰদ্ধেয় কবিন্দ্ৰ পুৰকায়স্থদেৱৰ পৰলোকগমনে সমগ্ৰ বিজেপি পৰিয়ালক গভীৰ শোকত নিমজ্জিত কৰিছে। দলটোক গঢ়ি তোলাত আৰু বিস্তাৰ ঘটোৱাত তেখেতৰ অবদান সদায় স্মৰণীয় হৈ থাকিব।
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ।
#ঔঁম শান্তি

Address

Mariani

Telephone

+919706755721

Website

Alerts

Be the first to know and let us send you an email when Sanjjay Krishna Tanti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share