National Human rights welfare association of india Assam youth President

  • Home
  • India
  • Jorhat
  • National Human rights welfare association of india Assam youth President

National Human rights welfare association of india Assam youth President National human rights welfare association of India, Assam youth president Jacqueline senapati. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কল্যাণ সংঘ I

আজি ১৫ আগষ্ট। আমাৰ দেশৰ বাবে এই দিনটো অতি গৌৰৱ আৰু আনন্দৰ। ১৯৪৭ চনৰ এই দিনটোতে আমাৰ দেশখনে ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা ...
14/08/2026

আজি ১৫ আগষ্ট। আমাৰ দেশৰ বাবে এই দিনটো অতি গৌৰৱ আৰু আনন্দৰ। ১৯৪৭ চনৰ এই দিনটোতে আমাৰ দেশখনে ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। আজি আমি আমাৰ দেশৰ স্বাধীনতা দিৱস পালন কৰি আছোঁ।
সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আহক আমি সকলোৱে স্বাধীন ভাৰতৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক স্মৰণ কৰি তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰোঁ।🇮🇳🇮🇳🙏🏻🙏🏻🙏🏻

06/08/2026

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ বুলিলে সাধাৰণতে দেশৰ প্ৰতিজন নাগৰিকৰ জীৱন, স্বাধীনতা, সমতা আৰু মৰ্যাদাৰ সুৰক্ষা নিশ্চিত কৰা মৌলিক অধিকাৰসমূহক বুজায়। 🙏🏻🙏🏻🙏🏻

Heartbreaking news for the film industry today Renowned actor Pradeep Rawat , the iconic villain of Ghajini,😢😢Veteran In...
04/08/2026

Heartbreaking news for the film industry today Renowned actor Pradeep Rawat , the iconic villain of Ghajini,😢😢

Veteran Indian actor Pradeep Rawat passed away today, 4 August 2026, at the age of 74 after a battle with cancer. His manager confirmed that he had previously recovered from cancer, but it relapsed recently. He had been hospitalized for about a month before his condition worsened. His funeral is scheduled for Wednesday.
Rip😢😢😢

31/07/2026
🙏 Pray for Assam 💙বানপানীয়ে বহু পৰিয়ালৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে। এই কঠিন সময়ত আহক, আমি সকলোৱে একেলগে আগবাঢ়ি আহোঁ। ...
25/07/2026

🙏 Pray for Assam 💙

বানপানীয়ে বহু পৰিয়ালৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে। এই কঠিন সময়ত আহক, আমি সকলোৱে একেলগে আগবাঢ়ি আহোঁ। আপোনাৰ সৰু সহায়, এটা প্ৰাৰ্থনা, 1 টকা কৈ দি হলেও সহায় কৰক ,,আপুনাৰ 1 টকাই কাৰোবাৰ জীৱনত সহায় হব ...
আমি ওলাই আহিছো আপোনালোকৰ সাহসত ,,আমি সকলোৱে হাতে হাতে ধৰি আগুৱাই যাব লাগিব ....

মানুহে মানুহৰ বাবে 🙏❤️

আঁহক আমি সকলোৱে মিলি বানাক্ৰান্ত পৰিয়ালৰ ওচৰত ঠিয় হও ,কাৰোবাৰ জীৱনত আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰে।

Let's stand together for Assam. Every small act of kindness matters. ❤️

National human rights president of Assam 🙏 today we have distributed food to the needy people🙏
10/07/2026

National human rights president of Assam 🙏 today we have distributed food to the needy people🙏

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ/ National Human rights 💪🏻 সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ (Right to Constitutional Remedy)এইটো নাগৰিক...
26/06/2026

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ/ National Human rights 💪🏻
সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ (Right to Constitutional Remedy)
এইটো নাগৰিকসকলক দিয়া এটা অতি বিশেষ অধিকাৰ। এই অধিকাৰ অনুসৰি, ওপৰোক্ত যিকোনো মৌলিক অধিকাৰ তেওঁক অস্বীকাৰ কৰিলে নাগৰিক এজনৰ আদালতলৈ যোৱাৰ ক্ষমতা আছে। আদালতে এই অধিকাৰসমূহ ভংগ কৰাৰ বিৰুদ্ধে ৰক্ষী হিচাপে থিয় দিছে। যদি কোনো ক্ষেত্ৰত চৰকাৰে কোনো ব্যক্তিৰ প্ৰতি বলপূৰ্বক বা ইচ্ছাকৃতভাৱে অন্যায় কৰে বা যদি কোনো কাৰণ নোহোৱাকৈ বা বেআইনী কাৰ্য্যৰ দ্বাৰা এজন ব্যক্তিক কাৰাবাস দিয়া হয় তেনেহ’লে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰে ব্যক্তিজনক আদালতলৈ গৈ চৰকাৰৰ কাৰ্যকলাপৰ বিৰুদ্ধে ন্যায় প্ৰাপ্ত কৰিবলৈ অনুমতি দিয়ে।🙏🏻🙏🏻🙏🏻

Earth is like our home and we must make efforts to keep it clean and green. On the occasion of World Environment Day, le...
05/06/2026

Earth is like our home and we must make efforts to keep it clean and green. On the occasion of World Environment Day, let us promise to make it a better place to live.


#विश्वपर्यावरणदिवस

Eid mubarak ❤️
28/05/2026

Eid mubarak ❤️

Happy Mother’s Day to my favorite person in the world!😘😘❤️❤️❤️❤️ I love you so much mom ❤️😘
10/05/2026

Happy Mother’s Day to my favorite person in the world!😘😘❤️❤️❤️❤️ I love you so much mom ❤️😘

Address

Jorhat
785001

Telephone

+918399870481

Website

Alerts

Be the first to know and let us send you an email when National Human rights welfare association of india Assam youth President posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to National Human rights welfare association of india Assam youth President:

Shortcuts

Share