Jorhat District young Brigade Comittee

Jorhat District young Brigade Comittee Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jorhat District young Brigade Comittee, Political organisation, Jorhat.

Official Page Jorhat District Congress Sevadal young Brigade Comittee
সেৱা যাৰ ধৰ্ম সমাজ যাৰ ঘৰ �
District President - Sunil Saikia
Vice President - Pranab Phukon
Secretary - Pranjal Kakoti
G.Secretay - Rajdeep Baruah
A.Secretary- Abdul Wahid

জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩-১৯৫১) আছিল অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী কিংবদন্তি ব্যক্তিত্ব, যি গীতিকাৰ, নাট্যকাৰ, লেখক, কবি...
17/01/2026

জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩-১৯৫১) আছিল অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী কিংবদন্তি ব্যক্তিত্ব, যি গীতিকাৰ, নাট্যকাৰ, লেখক, কবি আৰু অসমীয়া চলচ্চিত্ৰৰ জনক হিচাপে পৰিচিত। তেওঁক উচ্ছৰ্গা কৰিয়ে আজিৰ দিনটোতে অসমত শিল্পী দিৱস হিচাপে পালন কৰা হয়।

16/01/2026

राहुल जी इंदौर में पीड़ित परिवारों से मिलकर उनका दर्द साझा करेंगे और न्याय की लड़ाई में उनके साथ मजबूती से खड़े रहेंगे।

ज़हरीला पानी पीने से कई लोगों की जान चली गई, और कई आज भी गंभीर हालात में हैं। राहुल जी सही कहते है, मोदी सरकार में गरीबों की कोई कीमत नहीं।

Indian National Congress
Congress Sevadal
Rahul Gandhi
Gaurav Gogoi
Priyanka Gandhi Vadra

15/01/2026

ভাৰত দেশৰ অভিমান ভাৰতীয় সেনাৰ দিৱস উপলক্ষে সকলো ভাৰতবাসী আৰু ভাৰতীয় সেনাৰ সদস্য সকললৈ সেনা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছো।🙏
ADGPI - Indian Army

অসমীয়া জাতিৰ কাৰণে বিহু মানেই প্ৰাণ আৰু আবেগেৰে ভৰা সদায়। এই উৎসৱৰ সময়ত সকলো লৈ আন্তৰিক শুভেচ্ছা আৰু বয়োজ্যেষ্ঠ জনলৈ...
13/01/2026

অসমীয়া জাতিৰ কাৰণে বিহু মানেই প্ৰাণ আৰু আবেগেৰে ভৰা সদায়। এই উৎসৱৰ সময়ত সকলো লৈ আন্তৰিক শুভেচ্ছা আৰু বয়োজ্যেষ্ঠ জনলৈ ওলগ আৰু শ্ৰদ্ধা জনাই সকলো অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনাইছো 🙏।

প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী লৈ জন্ম দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।Priyanka Gandhi Vadra Indian National Congress
12/01/2026

প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী লৈ জন্ম দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।
Priyanka Gandhi Vadra
Indian National Congress

11/01/2026

ওম শান্তি 🙏

10/01/2026

যোৱা কালি অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ সন্মানীয় সভাপতি শ্ৰী দীপ বায়ন ডাঙৰীয়া ৰ উপস্থিতি ত যোৰহাট জিলা কংগ্ৰেছ সেৱা দল আৰু ইয়ং ব্ৰিগেদৰ কাৰ্যনিৰ্বাহ সভা খন অনুষ্ঠিত হয়। আগন্তুক আহিবলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কৰণীয় সম্পৰ্কে আলোচনা আৰু দলৰ নীতি নিয়ম, নিয়ম শৃংখলা ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। যোৰহাট জিলা ইয়ং ব্ৰিগেদৰ সভাপতি শ্ৰী সুনীল শইকীয়া, উপ সভাপতি ক্ৰমে শ্ৰী প্ৰণব ফুকন, শ্ৰী মনোজ গগৈ, সম্পাদক (প্ৰ.) শ্ৰী প্ৰাণ্জল কাকতি, সাধাৰণ সম্পাদক শ্ৰী ৰাজদ্বীপ বৰুৱা,সহ সম্পাদক শ্ৰী ৰাজজ্যোতি ফুকন, আৰু পূব যোৰহাট ব্লক কংগ্ৰেছ ইয়ং ব্ৰিগেড, তিতাবৰ ব্লক ইয়ং ব্ৰিগেদ, ঢেকৰগঢ়া ব্লক ইয়ং ব্ৰিগেড, চিপাহী খোলা ব্লক ইয়ং ব্ৰিগেড ৰ সভাপতি আৰু লগত অহা প্ৰতিনিধি সকল উপস্থিত থাকে।
Indian National Congress - Assam
Congress Sevadal
Gaurav Gogoi
Deep Bayan
Indian National Congress

09/01/2026

অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ সন্মানীয় সভাপতি শ্ৰী দীপ বায়ন ডাঙৰীয়া ৰ বক্তব্য ই সকলোকে অনুপ্ৰাণিত কৰিছে। যোৰহাট জিলা ইয়ং ব্ৰিগেড জিলা কমিটিৰ সভাপতি শ্ৰী সুনীল শইকীয়া কে প্ৰমূখ্যে কৰি কমিটিৰ সকলো বিষয়ববীয়া আৰু ব্লক ইয়ং ব্ৰিগেদৰ কমিটি সমূহ ৰ ফালৰ পৰা সন্মানীয় সভাপতি গৰাকীলৈ অশেষ শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছো।

Indian National Congress - Assam
Congress Sevadal
Gaurav Gogoi
Deep Bayan
Sunil Saikia
Jorhat District Congress Office

শ্ৰদ্ধাৰে স্মৰণ কৰিছো মহান ভক্ত কবি ভট্টদেৱক 🙏
09/01/2026

শ্ৰদ্ধাৰে স্মৰণ কৰিছো মহান ভক্ত কবি ভট্টদেৱক 🙏

08/01/2026

गोदी मीडिया राहुल गांधी के पीछे क्यों पड़ी रहती है? आइए आपको Modi-Monopoly-Media connection समझाते हैं!
Rahul Gandhi Gaurav Gogoi
Indian National Congress
Indian National Congress - Assam
Congress Sevadal
Jorhat District young Brigade Comittee

Address

Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when Jorhat District young Brigade Comittee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share