24/08/2026
দেশৰ প্ৰাক্তন বিত্ত মন্ত্ৰী, বিশিষ্ট অৰ্থনীতিবিদ তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা শ্ৰদ্ধাৰ অৰুণ জেটলী দেৱৰ সৈতে এক স্মৰণীয় মুহূৰ্ত। তেখেতৰ সৈতে হোৱা সাক্ষাৎ আৰু মূল্যৱান বাৰ্তালাপ আজিও মনত সজীৱ হৈ আছে।
তেখেতৰ জ্ঞান, দূৰদৰ্শিতা আৰু দেশসেৱাৰ প্ৰতি সমৰ্পণ সদায় আমাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব।