29/02/2024
দিন ২ :
কালিৰ পৰা দুদিনীয়াকে উন্নত প্ৰযুক্তিৰ একুৱাপনিক্স সম্পৰ্কে কৰ্মশালাৰ আয়োজন কৰা হৈছে। সকলো কামপুৰ বাসি ৰাইজক সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে। আজি অন্তিম দিন । জয় আই অসম । স্থান: কামপুৰ মহাবিদ্যালয় ।