25/07/2024
আজি কামপুৰ শাখাত নগাঁও জিলাৰ জিলা সংযোজক ত্ৰিদিব নাথে প্ৰবাস কৰে।
আগন্তুক ২৭ আৰু ২৮ জুলাইত নগাঁও বিভাগৰ প্ৰশিক্ষণ শিবিৰ সম্পৰ্কে অৱগত কৰাৰ লগতে সদস্যতা অভিযান আৰু কামপুৰ কলেজৰ শাখা গঠন সম্পৰ্কে আলোচনা কৰা হয়।