Tiwa's VOICE

Tiwa's VOICE "Unity is strength, and together we can preserve our rich cultural heritage and traditions. Long live the Tiwa community!"

Let's stand strong, support one another, and celebrate our unique identity as Tiwa people.

20/08/2026

Tiwa chate Pha Lt. Indrasing Dewri( Idong Amshi) ne 32 tha chedal liwa tino pego mon kroware sewa osdong.

✊️

On the 32nd death anniversary of Lt.Indra Sing Dewri(Idong Amshi) — the pathfinder of Tiwa peoples life, the composer of the Tiwa national song _'O ange Tiwa Tosima'.A distinguished social worker and politically astute leader who was like a father to the Tiwa people offer him to thousand salutations.


हमारी सांस्कृतिक विरासत ही हमारी असली पहचान है। आइए मिलकर अपनी परंपराओं को सहेजें और आने वाली पीढ़ी को गर्व महसूस कराएं।...
13/08/2026

हमारी सांस्कृतिक विरासत ही हमारी असली पहचान है। आइए मिलकर अपनी परंपराओं को सहेजें और आने वाली पीढ़ी को गर्व महसूस कराएं। जय तिवा! ✊

28/07/2026

ইফালে মিত্ৰতাৰ কথা কৈ আনফালে পিঠিত গজাল মৰা মানুহৰ পৰা তিৱা ৰাইজ সাৱধান হওক। মিঠা কথাত নপৰি মানুহ বোৰক চিনক। নহলে জাতিৰ ভৱিষ্যত অন্ধকাৰ !

TROI TIWA THIRIHARI CHOMOTE 36 tha posore cholomane tino mon kroware sewa osdong🙏  LONG LIVE
22/07/2026

TROI TIWA THIRIHARI CHOMOTE 36 tha posore cholomane tino mon kroware sewa osdong🙏

LONG LIVE





--THUNGSHA---    ✊️✊️✊️
14/07/2026

--THUNGSHA---
✊️✊️✊️





তিৱা সকলৰ কিমান প্ৰকাৰৰ ৱালি ( ফৈদ ) আছে জানেনে ?
10/07/2026

তিৱা সকলৰ কিমান প্ৰকাৰৰ ৱালি ( ফৈদ ) আছে জানেনে ?



ষষ্ঠ অনুসূচী দাবীদাৰ সমগ্ৰ মৰিগাওঁ, নগাওঁ, কামৰূপৰ তিৱা ৰাইজ কেতিয়া জাগিব ?
30/06/2026

ষষ্ঠ অনুসূচী দাবীদাৰ সমগ্ৰ মৰিগাওঁ, নগাওঁ, কামৰূপৰ তিৱা ৰাইজ কেতিয়া জাগিব ?



চমুকৈ :Christopher Columbus আছিল এজন ইটালীৰ নাবিক/অন্বেষক। মূল কথা:নাম: Christopher Columbus, স্পেনিছত Cristóbal Colón জ...
28/06/2026

চমুকৈ :Christopher Columbus আছিল এজন ইটালীৰ নাবিক/অন্বেষক।
মূল কথা:
নাম: Christopher Columbus, স্পেনিছত Cristóbal Colón
জন্ম-মৃত্যু: 1451 চনত জেনোৱা, ইটালী → 1506 চনত ভেলাডোলিড, স্পেইন
কি কৰিছিল: 1492 চনত স্পেইনৰ ৰাণী ইজাবেলা আৰু ৰজা ফাৰ্ডিনেণ্ডৰ পৃষ্ঠপোষকতাত Atlantic মহাসাগৰ পাৰ হৈ “ভাৰতৰ” ৰ সাগৰীয় বাট বিচাৰিবলৈ ওলাইছিল।
কি পালে: ভাৰতৰ ঠাইত ভুলকৈ তেওঁ আমেৰিকা মহাদেশত উপস্থিত হ’ল। তেওঁ কেৰিবিয়ান দ্বীপুঞ্জত ভৰি দিছিল।

** ইউৰোপীয় লোকৰ বাবে “New World” ৰ সৈতে যোগাযোগৰ আৰম্ভণি তেওঁৰ পৰাই ধৰা হয়। সেইবাবেই তেওঁক “আমেৰিকা আৱিষ্কাৰক” বুলি কোৱা হয়। যদিও তাত আগৰে পৰা Indigenous মানুহ আছিল।**

এতিয়া আহোঁ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱে কাৰ্বি জনগোষ্ঠীক অসমৰ " Columbus” বুলি কৈছিল।

তেখেতে কাৰ্বি সকলক “Columbus” উপাধি দিছিল আৰু তেওঁলোকক অসমৰ আটাইতকৈ আগৰ ‘son of the soil’ / আৱিষ্কাৰক বুলি অভিহিত কৰিছিল। ইয়াৰ অৰ্থ হ’ল কাৰ্বি সকলেই অসমৰ আটাইতকৈ পুৰণি আদিবাসী গোটৰ ভিতৰত এটা বুলি তেখেতে মৰম আৰু সন্মান দেখুৱাই কৈছিল।
কেতিয়া/ক’ত কৈছিল?
নিৰ্দিষ্ট তাৰিখ বা ভাষণৰ নামটো লিখিত উৎসত স্পষ্টকৈ উল্লেখ নাই। গৱেষণাপত্ৰ/প্ৰবন্ধ অনুযায়ী, তেখেতে নিজৰ জীৱনজোৰা সাংস্কৃতিক আৰু সামাজিক কামৰ অংশ হিচাপে, কাৰ্বি সকলক marginalization (প্ৰান্তিকৰন) ৰ বিৰুদ্ধে স্থাপিত কৰিবলৈ আৰু তেওঁলোকৰ ‘আগৰ পুত্ৰ’ হিচাপে দাবীটো আগবঢ়াবলৈ এই কথাষাৰ কৈছিল।

ৰাভা দেবৰ ৰ দৰ্শন আছিল সকলো জাতি-জনজাতি — Bodo, Kachari, Rabha, Mising, Tiwa, Karbi, Dimasa আদি — ৰ মাজত ঐক্যৰ বীজ সিঁচা। সেই broader vision ৰ অংশ হিচাপেই কাৰ্বি সকলক তেওঁ ইমান সন্মান দিছিল।

** সহজকৈ ;কলম্বাছ এজন বিখ্যাত পৰ্তুগীজ-স্পেনিছ নাবিক আছিল। তেওঁ 1492 চনত জাহাজেৰে পশ্চিম দিশে গৈ ভাৰত বিচাৰোঁতে আমেৰিকা মহাদেশ পাইছিল। সেই কাৰণে তেওঁক “আৱিষ্কাৰক” বুলি কোৱা হয়।
এইবাবেই বিষ্ণুপ্ৰসাদ ৰাভাই কাৰ্বি সকলক “অসমৰ কলম্বাছ” কৈছিল — অৰ্থাৎ তেওঁলোকেই অসমৰ প্ৰথম আৱিষ্কাৰক/আদি বাসিন্দা। যদিওবা তাৰ আগতো কিছু জনগোষ্ঠীৰ বসবাস স্থান আছিল অসম তথা উত্তৰ পূৰ্বাঞ্চল ।**




জাত্যান্তৰ হোৱা বহু তিৱা লোক সকল কলৈ গল? নগাঁও,মৰিগাঁও, কামৰূপৰ বহু লোক নিজকে কোচ, চুতীয়া বুলি পৰিচয় দিয়া হল উচ্চ নীচ চ...
24/06/2026

জাত্যান্তৰ হোৱা বহু তিৱা লোক সকল কলৈ গল? নগাঁও,মৰিগাঁও, কামৰূপৰ বহু লোক নিজকে কোচ, চুতীয়া বুলি পৰিচয় দিয়া হল উচ্চ নীচ চিন্তনত। কাৰ্বি আংলঙ আৰু মেঘালয়ৰ বহু লোক কাৰ্বি আৰু খাছী হৈ নিজকে হেৰুৱালে । বৰ্তমানৰ কিছু সংখ্যকৰ গাত বৰ্তমানেও এনে চিন্তাৰ শিপাই মন মগজুক বিকলাংগ কৰি ৰাখিছে তিৱা লোক সকলৰ গতিকে নিজক চিনি পাবৰ হল । অপ্ৰিয় সত্য হল নামঘৰ ব্যৱস্থাই গাঁও সমাজ বিভক্ত কৰা দেখিবলৈ পোৱা যায় কিন্তু চামাদিৰ আদৰ্শই সকলোকে সদায় এক কৰি ৰাখে । গতিকে ইয়াক আমি সকলোৱে ধৰি ৰাখি ঘূৰাই আনিব লাগে ।



09/06/2026

জাতীয় নেতৃ বৃন্দ আৰু দল সংগঠনলৈ আহবান সামাজিক মাধ্যমৰ সৎ ব্যৱহাৰ কৰক । সকলোৱে যদি ৰজা হব বিচাৰে সেনাপতি আৰু সেনাবাহিনীত কোন থাকিব ? ধাৰাবাহিকভাৱে চলাই ৰাখিব লাগিব আমি নিজক ।

Address

Karbi Anglong

Alerts

Be the first to know and let us send you an email when Tiwa's VOICE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category