31/03/2026
✍🏼 ৪ নং বাওখুংগ্ৰিৰি বিধানসভা সমষ্টিৰ অন্তর্গত ৪৮ নং বোৱালকামাৰী এৰ.পি স্কুল বুথত আজি আমি 'ঘৰ ঘৰ জনসম্পৰ্ক' অভিযান সম্পন্ন কৰিলোঁ। ৰাইজৰ সঁহাৰি আৰু মৰমে আমাক অধিক উৎসাহিত কৰি তুলিছে।
আশা কৰোঁ, সকলোৰে সহযোগত আমি আগুৱাই যাম। ✊🤝🙏🏻
゚ ゚
゚ ゚ ゚ ゚ ゚
゚ ゚ ゚ ゚ ゚ ゚