kokrajhar district ABMSU

kokrajhar district ABMSU District persident

।🎉 অভিনন্দন আৰু শুভেচ্ছা 🎉মাত্ৰ ২৬ বছৰ বয়সতে Judicial Magistrate হিচাপে নিযুক্তি লাভ কৰি নাদিয়া ফাতিমাই এক গৌৰৱময় সফলতা ...
23/06/2026

।🎉 অভিনন্দন আৰু শুভেচ্ছা 🎉
মাত্ৰ ২৬ বছৰ বয়সতে Judicial Magistrate হিচাপে নিযুক্তি লাভ কৰি নাদিয়া ফাতিমাই এক গৌৰৱময় সফলতা অৰ্জন কৰিছে। তেওঁৰ এই কৃতিত্ব কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু আত্মবিশ্বাসৰ উজ্জ্বল নিদৰ্শন।
তেওঁৰ এই সাফল্যই সমাজৰ যুৱ প্ৰজন্মক অনুপ্ৰেৰণা যোগাব আৰু আগন্তুক দিনত অধিক সফলতা লাভ কৰক বুলি আন্তৰিক শুভকামনা জনালোঁ।
অভিনন্দন নাদিয়া ফাতিমা! আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আন্তৰিক শুভেচ্ছা আৰু দোৱা থাকিল। 🌹💐

অসমীয়া প্ৰতিদিনৰঙীয়াত কুমাৰীকাটা তিনি যুৱকক  নিৰ্যাতন দুষ্কৃতিকাৰীয়ে৷
23/06/2026

অসমীয়া প্ৰতিদিন
ৰঙীয়াত কুমাৰীকাটা তিনি যুৱকক নিৰ্যাতন দুষ্কৃতিকাৰীয়ে৷

দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত সজাগতা সভাৰ কেইটামান দৃশ্য৷
23/06/2026

দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত সজাগতা সভাৰ কেইটামান দৃশ্য৷

Address

Kokrajhar
Kokrajhar
783369

Website

Alerts

Be the first to know and let us send you an email when kokrajhar district ABMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category