BJP MAKUM MANDAL

BJP MAKUM MANDAL ভাৰতীয় জনতা পাৰ্টি,মাকুম মণ্ডল

03/09/2026
02/09/2026

জনসাধাৰণক অধিক সুচল, সুশৃংখল আৰু ফলপ্ৰসূ আৰক্ষী সেৱা প্ৰদানৰ লক্ষ্যৰে মাকুম বিধানসভা সমষ্টিৰ আৰক্ষী ব্যৱস্থাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

প্ৰস্তাৱিত পুনৰ সীমা নিৰ্ধাৰণ অনুসৰি মাকুম আৰক্ষী থানাৰ লগতে বাৰেকুৰি আৰক্ষী থানাৰ অধীনত পানীতোলা, গুইজান আৰু গেলাপুখুৰী অঞ্চল অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও বৰডুবিত অৱস্থিত লাংকাশী আউট পোষ্ট মাকুম আৰক্ষী থানালৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

এই পদক্ষেপে অঞ্চলটোত আইন-শৃংখলা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে আৰক্ষী সেৱা জনসাধাৰণৰ কাষলৈ অধিক ফলপ্ৰসূভাৱে লৈ যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ।

02/09/2026
01/09/2026

অসমৰ যুৱপ্ৰজন্মৰ সপোন, দক্ষতা আৰু বানপীড়িত পৰিয়ালৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি লোৱা হ’ল ৩টাকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ।

যুৱক-যুৱতীৰ সম্ভাৱনাক নতুন গতি দিয়াৰ লগতে দক্ষতাৰ জৰিয়তে সংস্থাপনৰ পথ মুকলি কৰা আৰু দুৰ্যোগৰ সময়ত জনতাৰ কাষত থিয় দিয়াৰ এই পদক্ষেপ আদৰণীয়।

Himanta Biswa Sarma
CMO Assam

01/09/2026

বিজেপি অসম প্ৰদেশৰ সভাপতি তথা সন্মানীয় সাংসদ শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

সদায় হাঁহিমুখে সকলোকে লগত লৈ একেলগে আগবাঢ়ি যোৱা, দলীয় সংগঠন আৰু জনসেৱাৰ প্ৰতি সমৰ্পিত শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াৰ কৰ্মনিষ্ঠা আৰু নেতৃত্বই আমাৰ সকলোকে অনুপ্ৰাণিত কৰি আহিছে।

এই শুভ দিনটোত ঈশ্বৰৰ ওচৰত তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সুখ-শান্তিৰে পৰিপূৰ্ণ এক সুন্দৰ জীৱনৰ প্ৰাৰ্থনা কৰিলোঁ। আগন্তুক দিনবোৰতো তেখেতৰ নেতৃত্বত অসমত বিজেপিৰ সাংগঠনিক ভেটি অধিক শক্তিশালী হওক আৰু জনসেৱাৰ যাত্ৰা অধিক গতিশীল হৈ উঠক, তাৰেই কামনা কৰিলোঁ 🙏

Dilip Saikia

31/08/2026

Address

Makum
786170

Website

Alerts

Be the first to know and let us send you an email when BJP MAKUM MANDAL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share