Mahila Morcha BJP Morigaon District

Mahila Morcha BJP Morigaon District Official Facebook Account of BJP Mahila Morcha Morigaon District.

সকলোলৈ পৱিত্ৰ ৰাখী বন্ধনৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ।
28/08/2026

সকলোলৈ পৱিত্ৰ ৰাখী বন্ধনৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ।

সাংগঠনিক নিযুক্তি
24/08/2026

সাংগঠনিক নিযুক্তি

18/08/2026
18/08/2026

খিলঞ্জীয়া সমাজৰ সবলীকৰণ আমাৰ সংকল্প। SWIFT প্ৰকল্পৰ জৰিয়তে মীন খণ্ডৰ সৈতে জড়িত যুৱক-যুৱতী আৰু আত্মসহায়ক গোটসমূহক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত আমি এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছোঁ। জীৱিকাৰ সুযোগ বৃদ্ধি কৰা, যুৱপ্ৰজন্মক নিজৰ ভৰিত থিয় কৰোৱা আৰু মীন খণ্ডক অধিক শক্তিশালী কৰাই এই প্ৰচেষ্টাৰ মূল লক্ষ্য। আমাৰ খিলঞ্জীয়া সমাজৰ প্ৰতিটো পৰিয়ালৰ মুখত হাঁহি, হাতত কৰ্ম আৰু জীৱনত আত্মনিৰ্ভৰশীলতা— এই লক্ষ্যৰে আমি নিৰন্তৰ আগবাঢ়ি যাম।

18/08/2026
আজি বিজেপি মহিলা মৰ্চা, মৰিগাঁও জিলাৰ উদ্যোগত NEET ২০২৬ত সফলতা অৰ্জন কৰা চাৰিগৰাকী মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয...
11/08/2026

আজি বিজেপি মহিলা মৰ্চা, মৰিগাঁও জিলাৰ উদ্যোগত NEET ২০২৬ত সফলতা অৰ্জন কৰা চাৰিগৰাকী মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়:-নেহাশ্ৰী তামুলী (৫০৫/৭০০), পিতৃ-মাতৃ: হেমন্ত বৰ্মন আৰু পৱিত্ৰা ডেকা; নিবিৰ বৰ্মন (৫১৩/৭০০), পিতৃ-মাতৃ: বুবুল বৰ্মন আৰু নিজৰা শইকীয়া, কৰণজিৎ ডেকা (৫১৭/৭০০), পিতৃ-মাতৃ: অনুপমা ডেকা আৰু মনোৰম ডেকা,অমিতেশ দাস (৫১৩/৭০০), পিতৃ-মাতৃ: ইন্দ্ৰমোহন দাস আৰু তপ্তী দাস, বোহা বৰজাৰী।

উক্ত অনুষ্ঠানত মহিলা মৰ্চাৰ প্ৰভাৰী শ্ৰীমতী ৰুমী কলিতা আৰু বিজেপি মহিলা মৰ্চা, মৰিগাঁও জিলাৰ সভানেত্ৰী শ্ৰীমতী নিভা ভৰালী বৰাৰ লগতে জিলা আৰু জাগীৰোড আৰু জাগীভকতগাঁও মণ্ডলৰ সন্মানীয় নেতৃবৃন্দ উপস্থিত থাকে। চাৰিওগৰাকী মেধাৱী শিক্ষাৰ্থীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি মৰিগাঁও জিলা মহিলা মৰ্চাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰা হয়। 💐
BJP Assam Pradesh
BJP Mahila Morcha Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
Nilima Devi

আজি ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা সমিতিৰ মাহেকীয়া জিলা বিষয়ববীয়া সভা অনুষ্ঠিত কৰা হয়। সভাত মৰিগাঁও জিলাৰ সন্মানী...
10/08/2026

আজি ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা সমিতিৰ মাহেকীয়া জিলা বিষয়ববীয়া সভা অনুষ্ঠিত কৰা হয়। সভাত মৰিগাঁও জিলাৰ সন্মানীয়া প্ৰভাৰী ড° জুৰি শৰ্মা বৰদলৈ ডাঙৰীয়ানী, সহ-প্ৰভাৰী শ্ৰীযুত অৰ্জুন মজুমদাৰ ডাঙৰীয়া, জিলা সভাপতি শ্ৰীযুত ৰামপ্ৰসাদ সৰকাৰ ডাঙৰীয়া আৰু জিলা মহিলা মৰ্চাৰ সভানেত্ৰী শ্ৰীমতী নিভা ভৰালী বৰাৰ উপস্থিতিত দলীয় সাংগঠনিক বিষয়ৰ লগতে আগন্তুক ৮০তম স্বাধীনতা দিৱস উপলক্ষে ত্ৰিৰংগা যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।
BJP Assam Pradesh
BJP Mahila Morcha Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
Nilima Devi

07/08/2026

মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন ৰাজ্য চৰকাৰে বানপীড়িত ৰাইজৰ কাষত প্ৰথম দিনাৰে পৰা থিয় দি পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ বাবে তাৎক্ষণিক সকাহ প্ৰদান কৰাৰ লগতে বিদ্যুৎ আৰু খাজনা ৰেহাই, অঙ্গনবাড়ী-নামঘৰলৈ আৰ্থিক অনুদান, ঋণ পৰিশোধৰ সময়সীমা বৃদ্ধি, ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম, পাঠ্যপুথিৰ যোগান, শৈক্ষিক প্ৰমাণপত্ৰৰ প্ৰতিলিপি প্ৰদানকে ধৰি সৰ্বদিশত ৰাজ্য চৰকাৰে সহায়ৰ হাত আগবঢ়াইছে।

ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ শিল্প দিৱস উপলক্ষে প্ৰতিগৰাকী শিপিনী-বোৱনী তথা হস্ততাঁত বস্ত্ৰ উদ্যোগৰ সৈতে জড়িত প্ৰতিগৰাকী ...
07/08/2026

ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ শিল্প দিৱস উপলক্ষে প্ৰতিগৰাকী শিপিনী-বোৱনী তথা হস্ততাঁত বস্ত্ৰ উদ্যোগৰ সৈতে জড়িত প্ৰতিগৰাকী স্বাভিমানী পৰম্পৰাগত শিল্পীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

'আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম' গঢ়াৰ ক্ষেত্ৰত দেশৰ হস্ততাঁত বস্ত্ৰ উদ্যোগে পৰম্পৰাগত শিল্পৰ সীমা অতিক্ৰম কৰি এক শক্তিশালী অৰ্থনৈতিক উদ্যোগ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।

Address

Morigaon
782412

Website

Alerts

Be the first to know and let us send you an email when Mahila Morcha BJP Morigaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share