31/08/2025
সদৌ অসম মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সমিতিৰ নৱ নিৰ্বাচিত সভাপতি মাননীয় ৰঞ্জিত বৰা ছাৰ আৰু সাধাৰণ সম্পাদক মহম্মদ আলী ছাৰ সহ নতুন কাৰ্যকৰী কমিটি লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। দুয়োজনে দ্বিতীয়টো কাৰ্যকালৰ বাবে সৰ্বসন্মতি ক্ৰমে বাছনি হৈছে ।।