OBC Morcha Nagaon District

OBC Morcha Nagaon District Official Page Of BJP OBC MORCHA
NAGAON DISTRICT

07/08/2026
07/08/2026
Dilip Saikia Subhas Dutta Pranab Bora
05/08/2026

Dilip Saikia
Subhas Dutta
Pranab Bora

স্বাধীনোত্তৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী তথা ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক স্মৃতিদিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ৷

অসমৰ স্বকীয় অস্তিত্ব সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেখেতে আগবঢ়োৱা দূৰদৰ্শী নেতৃত্ব আৰু অৱদান যুগমীয়া হৈ থাকিব। তেখেতৰ আদৰ্শ, দেশপ্ৰেম আৰু কৰ্মচেতনা সদায়ে প্ৰাসংগিক হৈ ৰ’ব।

BJP OBC Morcha BJP Assam Pradesh Bjp Obc Morcha Assam Pradesh
05/08/2026

BJP OBC Morcha
BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh

Himanta Biswa Sarma Dilip Saikia Subhash Dutta Pranab Bora
03/08/2026

Himanta Biswa Sarma
Dilip Saikia
Subhash Dutta
Pranab Bora

03/08/2026

Himanta Biswa Sarma

আজি অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা অসম প্ৰদেশৰ সভাপতি সুভাষ দত্ত ডাঙৰীয়াৰ উপস্থিতিত এখনি বিশেষ ভাৰ্চুৱেল সভা অনুষ্ঠিত হয়...
02/08/2026

আজি অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা অসম প্ৰদেশৰ সভাপতি সুভাষ দত্ত ডাঙৰীয়াৰ উপস্থিতিত এখনি বিশেষ ভাৰ্চুৱেল সভা অনুষ্ঠিত হয়। ৰাজ্যিক মৰ্চাৰ বিষয়ববীয়া সকল, জিলা সভাপতি সাধাৰণ সম্পাদক তথা মণ্ডলৰ সভাপতি সকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত আগন্তুক সাংগঠনিক দিশ তথা আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ৰণকৌশল সম্পৰ্কে মাৰ্গদৰ্শন কৰে ৰাজ্যিক সভাপতি সুভাষ দত্ত ডাঙৰীয়াই।
BJP Assam Pradesh
Dilip Saikia
Bjp Obc Morcha Assam Pradesh
Subhash Dutta
Rupak Sarmah
Suresh Borah সুৰেশ বৰা
BJP Nagaon District
Subarna Singh
Pranab Bora

Address

Morikolong
Nagaon
782001

Website

Alerts

Be the first to know and let us send you an email when OBC Morcha Nagaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share