30/06/2025
দেশৰ প্ৰতি দায়বদ্ধতাৰ এক প্ৰতীকস্বৰূপে জনসাধাৰণৰ সৈতে হৃদয়স্পৰ্শী সংলাপৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ “মন কি বাত” অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত নাহৰকটীয়া সমষ্টিয়ে তৃতীয়বাৰলৈ ১৯৪ বুথ অৰ্থাৎ ১০০% আয়োজনত সফল হোৱাত আনন্দিত হ'লোঁ।
দেশৰ কোটি কোটি ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ উৎস “মন কি বাত” অনুষ্ঠান সম্পূৰ্ণকৈ সফলভাবে আয়োজন কৰাত সফলতা লাভ কৰা বাবে সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি, নাহৰকটীয়া মণ্ডল, জয়পুৰ মণ্ডল আৰু নাহৰণি মণ্ডলৰ মণ্ডল সভাপতিসকল, বুথ সভাপতিসকল, কাৰ্যকৰ্তাসকল আৰু অংশগ্ৰহণ কৰা সমূহ ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
With utmost pride, happy to share that Naharkatia LAC has successfully organized Hon’ble Prime Minister Shri Narendra Modi ji’s ‘Mann Ki Baat’ programme in all 194 booths, achieving 100% coverage for the third time.
‘Mann Ki Baat’, a symbol of national commitment and a heartfelt dialogue with the citizens, continues to inspire crores of Indians across the country.
Heartfelt congratulations and gratitude to the Mandal Presidents of BJP Naharkatia Mandal, Jeypore Mandal, and Naharani Mandal, Booth Presidents, dedicated Karyakartas, and all participants for their unwavering efforts and enthusiastic participation.
Bharatiya Janata Party (BJP)
BJP Assam Pradesh