29/07/2025
২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ তত্বাৱধায়ক হিচাপে নাৰায়ণ ডেকা দেৱে আজি পৰিষদীয় সমষ্টিটোৰ অন্তৰ্গত বাগানপাৰা মণ্ডলৰ ২১০ নং বিষ্ণুপুৰ বুথ আৰু ২৪৩ নং শৰণীয়া চুপা বুথত বুথ সভাপতি তথা বুথৰ কাৰ্যকৰ্তাসকলৰ সৈতে আলোচনাত মিলিত হয় লগতে আগন্তুক BTR নিৰ্বাচনৰ সম্পৰ্কত বুথৰ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰে।