যজ্ঞভূমি শাখা ছাত্ৰ সন্থা

  • Home
  • India
  • Nalbari
  • যজ্ঞভূমি শাখা ছাত্ৰ সন্থা

যজ্ঞভূমি শাখা ছাত্ৰ সন্থা জয় আই অসম

সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ 🙏
03/04/2026

সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ 🙏

আজিৰ দিনটোতে ১৯৭৪ চনৰ ঐতিহাসিক খাদ্য আন্দোলনত মৰিগাঁও জিলাৰ ভূৰবন্ধা অঞ্চলত গজেন ইংতি আৰু পুতুল শইকীয়া নামৰ দুজন ছাত্ৰ ...
10/06/2025

আজিৰ দিনটোতে ১৯৭৪ চনৰ ঐতিহাসিক খাদ্য আন্দোলনত মৰিগাঁও জিলাৰ ভূৰবন্ধা অঞ্চলত গজেন ইংতি আৰু পুতুল শইকীয়া নামৰ দুজন ছাত্ৰ শ্বহীদ হৈছিল। “ছাত্ৰ সংহতি দিৱস”ৰ এই পৱিত্ৰ ক্ষণত শ্বহীদদ্বয়লৈ শ্ৰদ্ধাঞ্জলি নিবেদিছো।

যিসকল উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ ছাত্ৰ -ছাত্ৰীয়ে এতিয়াও Samarth portal ত apply কৰা নাই । তেওঁলোকৰ বাবে অহাকালিৰ পৰা জুন...
06/05/2025

যিসকল উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ ছাত্ৰ -ছাত্ৰীয়ে এতিয়াও Samarth portal ত apply কৰা নাই । তেওঁলোকৰ বাবে অহাকালিৰ পৰা জুনু ডেকা সোঁৱৰণী পুথিভঁৰালত বাহঁজানী আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা online ৰ ব্যৱস্থা কৰা হৈছে।
যিসকল ছাত্ৰ-ছাত্ৰীয়ে online কৰা নাই তেওঁলোকক আহিবলৈ অনুৰোধ কৰা হ'ল।

সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত অইনবেলিৰ দৰে এইবেলিও সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ আহ্বানত জিলাখনৰ ২২ খন আঞ্চলিক ছ...
19/01/2025

সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত অইনবেলিৰ দৰে এইবেলিও সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ আহ্বানত জিলাখনৰ ২২ খন আঞ্চলিক ছাত্ৰ সন্থাই, হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা পৰীক্ষাৰ্থী সকলৰ মাজত দুদিনীয়াকৈ "বিশেষ মেধা পৰীক্ষা" আয়োজিত কৰে। বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থা ৰ উদ্যোগত যজ্ঞভূমি আদৰ্শ জাতীয় বিদ্যালয়ত প্ৰায় অৰ্ধ-শতাধিক ছাত্ৰ - ছাত্ৰীৰ উপস্থিতিত উক্ত অনুষ্ঠান সুকলমে অনুষ্ঠিত হৈ যায়।

শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ সহিতে অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদলৈ আজিৰ এই পৱিত্ৰ দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
10/12/2024

শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ সহিতে অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদলৈ আজিৰ এই পৱিত্ৰ দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

যোৱা 2 অক্টোৱৰ গান্ধী জয়ন্তী উপলক্ষে বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত যজ্ঞভূমি শাখা ছাত্ৰ সন্থাৰ উদ্যোগত চিত্ৰাংক...
06/10/2024

যোৱা 2 অক্টোৱৰ গান্ধী জয়ন্তী উপলক্ষে বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত যজ্ঞভূমি শাখা ছাত্ৰ সন্থাৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। উক্ত অনুষ্ঠানত ৯০ জনৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Abinash Rajbongshi

Address

Nalbari

Alerts

Be the first to know and let us send you an email when যজ্ঞভূমি শাখা ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category