Munindra Bez

Munindra Bez Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Munindra Bez, Political Party, Athgharia, Nalbari.

আজি বিজেপি ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা obc মৰ্চাৰ ৰাজ্যিক সমিতিৰ বিষয় বোবিয়া, জিলা সভাপতি,সাধাৰণ সম্পাদক সকলৰ উপস্...
14/02/2026

আজি বিজেপি ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা obc মৰ্চাৰ ৰাজ্যিক সমিতিৰ বিষয় বোবিয়া, জিলা সভাপতি,সাধাৰণ সম্পাদক সকলৰ উপস্থিতিত বুথ বিজয় অভিযানৰ ওপৰত এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়।
উক্ত সভাত আমাক মাৰ্গ দৰ্শন দিয়ে সন্মানীয় ভা জ পা ৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া,সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰীযুত সুভাষ দত্ত ডাঙৰীয়া, ৰাজ্যিক প্ৰভাৰী শ্ৰীযুত হৰিশ দ্বীবেদী ডাঙৰীয়া, ৰাষ্ট্ৰীয় সম্পাদক শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া ই।




08/02/2026

পাকিস্তানৰ একাউণ্ট → এলিজাবেথ গগৈ → ভাৰতীয় একাউণ্ট। তৎক্ষণাত ধন স্থানান্তৰ। কোনো বিলম্ব নাই। কোনো ব্যাখ্যা নাই।

06/01/2026
আজি ভাৰতীয় জনতা পাৰ্টী,নলবাৰী জিলাৰ অন্তৰ্গত উত্তৰ পূব বৰভাগ মণ্ডলত এক সাংগঠনিক সভাত উপস্থিত থাকি নথৈ আনন্দিত হওঁ।উক্ত ...
16/12/2025

আজি ভাৰতীয় জনতা পাৰ্টী,নলবাৰী জিলাৰ অন্তৰ্গত উত্তৰ পূব বৰভাগ মণ্ডলত এক সাংগঠনিক সভাত উপস্থিত থাকি নথৈ আনন্দিত হওঁ।
উক্ত সভাত সভাপতিত্ব কৰে মণ্ডল সভাপতি শ্ৰী পংকজ ডেকা ডাঙৰীয়া,উপস্থিত থাকে বৰক্ষেত্ৰী সমষ্টিৰ নিৰ্বাচনী প্ৰভাৰি শ্ৰী দিলজিত বৰ্মন ডাঙৰীযা, জিলা সম্পাদক শ্ৰী মিগেন শৰ্মা আৰু উত্তৰ পূব বৰভাগ মণ্ডলৰ অন্তৰ্গত প্ৰতিটো বুথাৰ সভাপতি , শক্তি কেন্দ্ৰৰ আভায়ক , নিৰ্বাচিত প্ৰতিনিধি , মণ্ডল বিষয় ববিয়া , পঞ্চায়ত প্ৰভাৰী আৰু কাৰ্য্যকৰ্তা সকল।


ভাৰতীয় জনতা পাৰ্টীৰ,  সাংবিধানিক ভাৱে প্ৰথম টো দলীয় দাইত্ব , তাৰ পৰা আজিলৈ দলৰ সেৱাত ।আজি পুৰণি ফাইলৰ মাজত পায় FB খাছ...
14/12/2025

ভাৰতীয় জনতা পাৰ্টীৰ, সাংবিধানিক ভাৱে প্ৰথম টো দলীয় দাইত্ব , তাৰ পৰা আজিলৈ দলৰ সেৱাত ।
আজি পুৰণি ফাইলৰ মাজত পায় FB খাছি থলো।

বিজেপি জিন্দাবাদ

উত্তৰ পূব বৰভাগ , মহিলা মৰ্চাৰ সমূহ বিষয় ববিয়াক আন্তৰিক অভিনন্দন জনালো। আমাৰ বুথৰ পৰা প্ৰতিনিধিত্ব কৰা কাৰ্যালয় সম্পাদ...
13/12/2025

উত্তৰ পূব বৰভাগ , মহিলা মৰ্চাৰ সমূহ বিষয় ববিয়াক আন্তৰিক অভিনন্দন জনালো।
আমাৰ বুথৰ পৰা প্ৰতিনিধিত্ব কৰা কাৰ্যালয় সম্পাদক বৰ্ণালী হালৈ আৰু কাৰ্যনিৰ্বাহক সদশ্য সবিতা তালুকদাৰ ডাঙৰিয়ানিলৈ অভিনন্দন জনালো।

Address

Athgharia
Nalbari
781347

Website

Alerts

Be the first to know and let us send you an email when Munindra Bez posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share