OBC Morcha, Tihu mandal

OBC Morcha, Tihu mandal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from OBC Morcha, Tihu mandal, Political organisation, Nalbari.

21 Agust তাৰিখে নলবাৰী জিলা অ বি চি মৰ্চাৰ উদ্যোগত, সন্মানীয়  শ্ৰীযুত মুনিন বেজ ডাঙৰীয়াৰ সভাপতিত্বত এখন বিশেষ কাৰ্যনিৰ...
22/08/2026

21 Agust তাৰিখে নলবাৰী জিলা অ বি চি মৰ্চাৰ উদ্যোগত, সন্মানীয় শ্ৰীযুত মুনিন বেজ ডাঙৰীয়াৰ সভাপতিত্বত এখন বিশেষ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। উক্ত উপস্থিত থাকে OBC মৰ্চা অসম প্ৰদেশৰ সভাপতি শ্ৰীযুত সুভাষ দত্ত দেৱ, ৰাজ্যিক প্ৰভাৰি জোগেন মোহন দেৱ বিধায়ক শ্ৰীযুত নাৰায়ণ ডেকা, নলবাৰী জিলা সন্মানীয় সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱা , সা: সম্পাদক পুলক শৰ্মা। আৰু বহুতো।

21/08/2026
আগন্তুক  ১৫ আগষ্ট,স্বাধীনতা দিৱস উপলক্ষে টিহু মণ্ডল OBC  মৰ্চাৰ সভাপতি শ্ৰী মনোৰঞ্জন বৰ্মন উদ্যোগত, টিহু বিধানসভা সমষ্টি...
12/08/2026

আগন্তুক ১৫ আগষ্ট,স্বাধীনতা দিৱস উপলক্ষে
টিহু মণ্ডল OBC মৰ্চাৰ সভাপতি শ্ৰী মনোৰঞ্জন বৰ্মন উদ্যোগত, টিহু বিধানসভা সমষ্টিৰ ৩৬ নং গাওঁ পঞ্চায়তৰ অন্তৰ্গত ষাঠিকুছি গাওঁৰ, অসমৰ ঐতিহ্যপূৰ্ণ আধ্যাত্মিক স্থান, শ্ৰী শ্ৰী জয় হৰি পিতাৰ থান চৌহদত , এটি চচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে টিহু মণ্ডল সমিতি সন্মানীয় সভাপতি শ্ৰী গোবিন্দ কলিতা, টিহু মণ্ডল অ বি চি মৰ্চাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শীল, ভবেশ ৰাজবংশী,মনোৰম বৰ্মন আঞ্চলিক সদস্য শ্ৰী হেমেন কলিতা, পঞ্চায়ত সদস্যা শ্ৰী জোনালি বৰ্মন, শ্ৰী টুটুমনি হালৈ বৰ্মন, মণ্ডল সমিতিৰ বিষয়ববীয়া দিপাংকৰ দাস, চন্দন হালৈ, সঞ্জিট বৰ্মন, অনিল চন্দ্ৰ বৰ্মন, অনিল বৰ্মন, ৰজনী বৰ্মন, গনেশ বৈশ্য, অনিল বৈশ্য, লগতে উপস্থিত থাকে শ্ৰী শ্ৰী জয় হৰি পিতাৰ থান মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া।

ভাৰতীয় জনতা পাৰ্টী টিহু মণ্ডল অ বি চি মৰ্চাৰ ফালৰ পৰা প্ৰয়াত অমিয় ঠাকুৰীয়া দেৱৰ পৰিয়াল বৰ্গলৈ শোক প্ৰস্তাৱ প্ৰদান।ট...
06/07/2026

ভাৰতীয় জনতা পাৰ্টী টিহু মণ্ডল অ বি চি মৰ্চাৰ ফালৰ পৰা প্ৰয়াত অমিয় ঠাকুৰীয়া দেৱৰ পৰিয়াল বৰ্গলৈ শোক প্ৰস্তাৱ প্ৰদান।
টিহু বিধানসভা সমষ্টিৰ ৩৫ নং গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভোজকুছি গাওঁৰ, বিজেপিৰ নিষ্ঠাবান কাৰ্য কৰ্তা আছিল।

BJP zindabad 🙏🙏
30/06/2026

BJP zindabad 🙏🙏

Chandra Mohan Patowary sir zindabad 🙏🙏🙏
15/05/2026

Chandra Mohan Patowary sir zindabad 🙏🙏🙏

12/05/2026
🙏🙏🙏🙏
12/05/2026

🙏🙏🙏🙏

05/05/2026

যোৱা ৯ এপ্ৰিলত ভোটগ্ৰহণ শেষ হোৱাৰ লগে লগে প্ৰতিবাৰৰ দৰে এইবাৰো মোৰ নিজৰ অনুমানটো কাগজত লিখি থৈছিলোঁ। সময় বাগৰিল, ফলাফল আহিল আৰু কালি মোৰ প্ৰাণৰ অসমবাসীৰ অভূতপূৰ্ব আশীৰ্বাদে এক নতুন ইতিহাস ৰচনা কৰিলে।

প্ৰত্যাশাতকৈ এখন অধিক আসন প্ৰদানেৰে আমাৰ অনুমান সত্য প্ৰমাণিত কৰা শতকৰ ওপৰৰ জনাদেশ--- এয়া কেৱল সংখ্যা নহয়, অসমৰ জনতাৰ অটল বিশ্বাস আৰু মৰমৰ প্ৰতিফলন। এই আস্থা আৰু স্নেহৰ বাবে মই সদায়ে আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। 🙏🏻

When polls closed in Assam on 9th April, I jot down my thoughts on a piece of paper, like I usually do on the possible outcome of the .

A month later, we've done one seat better than the best in a historic blessing by the people.

Truly humbled 🙏

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when OBC Morcha, Tihu mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share