মাধৱ দাস

মাধৱ দাস I/C President
Hindu Yuba-Chattra Parishad\:Asom -HYCP

 #সাধনা #সংগঠন
03/09/2026

#সাধনা
#সংগঠন

যুৱ শক্তিয়েই ৰাষ্ট্ৰ শক্তি
30/08/2026

যুৱ শক্তিয়েই ৰাষ্ট্ৰ শক্তি

 #আমাৰ_অসম #পূৰ্বাঞ্চল_প্ৰহৰী
29/08/2026

#আমাৰ_অসম
#পূৰ্বাঞ্চল_প্ৰহৰী

26/08/2026


Himanta Biswa Sarma

সকলো ভক্তপ্ৰাণ ৰাইজলৈ পৱিত্ৰ ভাদ মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মহাপুৰুষ গুৰু দুজনাৰ পুণ্য তিথিৰ লগতে ভগৱান শ্ৰীকৃ...
19/08/2026

সকলো ভক্তপ্ৰাণ ৰাইজলৈ পৱিত্ৰ ভাদ মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

মহাপুৰুষ গুৰু দুজনাৰ পুণ্য তিথিৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰে উদ্ভাসিত এই পৱিত্ৰ মাহে সকলো অপায়-অমঙ্গল নেওচি আধ্যাত্মিকতাৰ মাজেৰে সমাজখনলৈ লৈ আহক শান্তি-সমৃদ্ধি আৰু একাত্মবোধৰ বতৰা।

গুৰু দুজনাৰ অমৃত বাণী আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকক অসমৰ আকাশ-বতাহ।

ভগৱানে সকলোৰে মংগল কৰক।
জয় গুৰু শংকৰ
জয় গুৰু মাধৱ
জয় শ্ৰীকৃষ্ণ 🙏🙏🙏

 #শ্বহিদ_প্ৰণামো_তোমাক 🙏
16/08/2026

#শ্বহিদ_প্ৰণামো_তোমাক 🙏

 #জয়_হিন্দ #বন্দে_মাতৰম #ভাৰত_মাতা_কি_জয় 🇮🇳
15/08/2026

#জয়_হিন্দ
#বন্দে_মাতৰম
#ভাৰত_মাতা_কি_জয় 🇮🇳

হে যুৱ শক্তি! উঠা জাগা!বিভাজনক নস্যাৎ কৰা।ঐক্যৰে অখণ্ড ভাৰত গঢ়া।"এক ভাৰত। শ্ৰেষ্ঠ ভাৰত। অখণ্ড ভাৰত।"আজি ১৪ আগষ্ট - অখণ্...
14/08/2026

হে যুৱ শক্তি! উঠা জাগা!
বিভাজনক নস্যাৎ কৰা।
ঐক্যৰে অখণ্ড ভাৰত গঢ়া।
"এক ভাৰত। শ্ৰেষ্ঠ ভাৰত। অখণ্ড ভাৰত।"
আজি ১৪ আগষ্ট - অখণ্ড ভাৰত দিৱস
শুভেচ্ছাৰে,,,,

#হিন্দু_যুৱ_ছাত্ৰ_পৰিষদ_অসম

Address

North Lakhimpur
781022

Website

Alerts

Be the first to know and let us send you an email when মাধৱ দাস posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to মাধৱ দাস:

Shortcuts

Share