BJP Lakhimpur Mandal

BJP Lakhimpur Mandal Bharatiya Janata Party
Lakhimpur Mandal (Assam)
Nation First | Organisation Supreme
সুশাসন • উন্নয়ন • ৰাষ্ট্ৰবাদ
Committed to Grassroots Empowerment

06/04/2026

নিৰ্বাচনী প্ৰচাৰৰ কিছু জিলিঙনি ...
Manab Deka

আজি ৭৬ নং লক্ষীমপুৰ বিধান সভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা জনপ্ৰিয় নেতা শ্ৰীযুত মানৱ ডেকা ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ...
06/04/2026

আজি ৭৬ নং লক্ষীমপুৰ বিধান সভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা জনপ্ৰিয় নেতা শ্ৰীযুত মানৱ ডেকা ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা লক্ষীমপুৰ মণ্ডলৰ অন্তৰ্গত চুকুলীভৰীয়াত বিশাল জনসমাবেশেৰে আয়োজিত কৰা হয়। মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰফুল্ল দত্ত ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অংশগ্রহণ কৰে জিলা-মণ্ডলৰ বিষয়ববীয়াসকল, মিত্ৰজোঁটৰ বিষয়ববীয়াসকল, আঞ্চলিক পঞ্চায়তৰ সভানেত্রী, গাওঁ পঞ্চায়তৰ সভানেত্রী/সভাপতিসকলৰ লগতে মণ্ডল মৰ্চাৰ সভাপতি/সভানেত্রীসকলৰ লগতে সকলো স্তৰৰ দলীয় কাৰ্য্যকৰ্তা আৰু শুভাকাঙ্ক্ষী ৰাইজ।

Manab Deka
Suchandra Khataniar
Prafulla Dutta
Dilip Saikia
BJP Assam Pradesh

৭৬ নং লখিমপুৰ বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে শ্ৰীযুত মানৱ ডেকাক আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে আ...
19/03/2026

৭৬ নং লখিমপুৰ বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে শ্ৰীযুত মানৱ ডেকাক আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এই শুভ ক্ষণত তেওঁক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো।

সকলো দলীয়,কৰ্মী আৰু সমৰ্থকসকলক ঐক্য আৰু নিষ্ঠাৰে কাম কৰি বিপুল জয় নিশ্চিত কৰিবলৈ আহ্বান জনালোঁ।
Manab Deka

Himanta Biswa Sarma Manab Deka
19/03/2026

Himanta Biswa Sarma
Manab Deka

আজি লখিমপুৰ জিলা কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি, লখিমপুৰ মণ্ডলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।উক্ত সভাত উপস্থিত থাক...
19/03/2026

আজি লখিমপুৰ জিলা কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি, লখিমপুৰ মণ্ডলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত উপস্থিত থাকে মণ্ডলৰ সভাপতি শ্ৰী প্ৰফুল্ল দত্ত ডাঙৰীয়া, মণ্ডল প্ৰভাৰী শ্ৰী তৰুণ গগৈ ডাঙৰীয়া, সাধাৰণ সম্পাদকদ্বয় শ্ৰী শিশুৰাম শইকীয়া আৰু শ্ৰী আভিজিত বৰুৱা, জিলা পৰিষদৰ সদস্য শ্ৰী সুচন্দ্ৰ খাটনিয়াৰ ডাঙৰীয়া, সভানেত্ৰী শ্ৰীমতী মামন ভুঞা চেতিয়া ডাঙৰীয়ানী লগতে মণ্ডলৰ অন্তৰ্গত সকলো বুথ সভাপতি, শক্তি প্ৰমুখ আৰু বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

Manab Deka
Prafulla Dutta
Suchandra Khataniar
Mamoon Bhuyan Chetia
Dulal Dutta

ভাৰতীয় জনতা পাৰ্টি, লখিমপুৰ জিলা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত শ্যামল শৰ্মা ডাঙৰীয়ালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু...
16/03/2026

ভাৰতীয় জনতা পাৰ্টি, লখিমপুৰ জিলা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত শ্যামল শৰ্মা ডাঙৰীয়ালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।
তেখেতৰ সুস্বাস্থ্য, দীঘলীয়া আয়ু আৰু আগন্তুক দিনসমূহত অধিক শক্তি আৰু উৎসাহেৰে সমাজ সেৱা আৰু সংগঠনক আগবঢ়াই নিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। তেখেতৰ নেতৃত্বত লখিমপুৰ জিলাত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন অধিক শক্তিশালী হওক আৰু জনসেৱাৰ পথত সদায় আগবাঢ়ি যাওক—এইয়াই কামনা কৰিলোঁ।
🎂 শুভ জন্মদিন!
Shyamal Sharma

আজি ন-কদম পঞ্চায়তৰ অন্তৰ্গত Thengal Kochari Autonomous Councilৰ ১৮ নং পূব লখিমপুৰ সমষ্টিৰ Kuchiamari অঞ্চলত ১০ লাখ টকাৰ...
15/03/2026

আজি ন-কদম পঞ্চায়তৰ অন্তৰ্গত Thengal Kochari Autonomous Councilৰ ১৮ নং পূব লখিমপুৰ সমষ্টিৰ Kuchiamari অঞ্চলত ১০ লাখ টকাৰ ব্যয় সাপেক্ষে Channel Cutting (Kuchiamari Doloni Pathar to Tapaijan) কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে লখিমপুৰ মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰফুল্ল দত্ত ডাঙৰীয়াই।

উক্ত অনুষ্ঠানত লখিমপুৰ মণ্ডলৰ উপ-সভাপতি শ্ৰী বিনন ধন ডাঙৰীয়া, মণ্ডল সাধাৰণ সম্পাদক শ্ৰী শিশুৰাম শইকীয়া ডাঙৰীয়া, ST মৰ্চাৰ সাধাৰণ সম্পাদক শ্ৰী Padma ঠেঙাল ডাঙৰীয়াকে প্ৰমুখ্যে বহুতো দলীয় প্ৰতিনিধি আৰু কাৰ্যকৰ্তা উপস্থিত থাকে।


Himanta Biswa Sarma
Manab Deka
Prafulla Dutta

14/03/2026
চাহ শ্রমিকলৈ উচিত সন্মান । এয়াই বিজেপিৰ উন্নয়নৰ প্ৰমাণ।Narendra Modi Himanta Biswa Sarma Dilip Saikia
14/03/2026

চাহ শ্রমিকলৈ উচিত সন্মান । এয়াই বিজেপিৰ উন্নয়নৰ প্ৰমাণ।

Narendra Modi
Himanta Biswa Sarma
Dilip Saikia

অসমৰ ৰে'লখণ্ডৰ বাবে ১৩ মাৰ্চৰ দিনটো এক ঐতিহাসিক দিন হিচাপে বিবেচিত হ'ব। আজি কোকৰাঝাৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন...
13/03/2026

অসমৰ ৰে'লখণ্ডৰ বাবে ১৩ মাৰ্চৰ দিনটো এক ঐতিহাসিক দিন হিচাপে বিবেচিত হ'ব। আজি কোকৰাঝাৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমবাসীৰ বাবে তিনিখন নতুন ৰে'ল ফ্লেগ অফ্ কৰাৰ লগতে কেইবাটাও নতুন ৰে'ল প্ৰকল্পৰ শুভাৰম্ভণি কৰিব।
Narendra Modi
Himanta Biswa Sarma
BJP Assam Pradesh

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when BJP Lakhimpur Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share