04/09/2026
ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ অভিভাৱক স্বৰূপ শ্ৰীযুত Ravindra Raju ডাঙৰীয়ালৈ ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ তৰফৰ পৰা জন্মদিনৰ হিয়াভৰা শুভকামনা জনাইছোঁ।
भारतीय जनता पार्टी, असम प्रदेश के माननीय प्रदेश संगठन महामंत्री एवं हम सभी के श्रद्धेय अभिभावक स्वरूप आदरणीय श्री Ravindra Raju जी को भारतीय जनता युवा मोर्चा, असम प्रदेश की ओर से जन्मदिन की हार्दिक एवं मंगलमय शुभकामनाएँ।
BJP Assam Pradesh
BJYM Assam