Bajali District Minority Morcha

Bajali District Minority Morcha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bajali District Minority Morcha, Political organisation, Pathsala.

বজালী জিলা সংখ্যালঘু মৰ্চাৰ প্ৰথমখন সাংগঠনিক সভাত বজালী জিলা বিজেপিৰ সন্মানীয় সভাপতি মুকুট কলিতা ডাঙৰীয়াৰ লগতে সংখ্যাল...
27/11/2025

বজালী জিলা সংখ্যালঘু মৰ্চাৰ প্ৰথমখন সাংগঠনিক সভাত বজালী জিলা বিজেপিৰ সন্মানীয় সভাপতি মুকুট কলিতা ডাঙৰীয়াৰ লগতে সংখ্যালঘু মৰ্চাৰ সভাপতি জহুৰ উদ্দিন আহমেদ ডাঙৰীয়া আৰু সংখ্যালঘু মৰ্চাৰ জিলাৰ প্ৰভাৰী চবিৰ আহমেদ ডাঙৰীয়া উপস্থিত থাকি মাৰ্গ দৰ্শন কৰে।

BJP Assam Pradesh
Himanta Biswa Sarma
Ranjeet Kumar Dass
Dilip Saikia

ভাৰতীয় জনতা পাৰ্টিৰ বজালী জিলা  সংখ্যালঘু মৰ্চাৰ সভাপতি জহুৰ উদ্দিন আহমেদ ডাঙৰীয়াৰ অনুমোদন মৰ্মে মণ্ডল প্ৰভাৰী  আৰু সহ...
24/11/2025

ভাৰতীয় জনতা পাৰ্টিৰ বজালী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি জহুৰ উদ্দিন আহমেদ ডাঙৰীয়াৰ অনুমোদন মৰ্মে মণ্ডল প্ৰভাৰী আৰু সহ-প্ৰভাৰী সকলক নিযুক্তি দিয়া হৈছে।

BJP Assam Pradesh
Himanta Biswa Sarma
Ranjeet Kumar Dass
Dilip Saikia

সাংগঠনিক নিযুক্তিঃদলীয় অনুমোদন মর্মে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা পাঠশালা মণ্ডলৰ নিম্নলিখিত বিষয়-ববীয়া সকলক ন...
17/11/2025

সাংগঠনিক নিযুক্তিঃ

দলীয় অনুমোদন মর্মে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা পাঠশালা মণ্ডলৰ নিম্নলিখিত বিষয়-ববীয়া সকলক নিযুক্তি প্ৰদান কৰে।

নৱনিযুক্ত ভাৰতীয় জনতা পাৰ্টি, সংখ্যালঘু মৰ্চাৰ পাঠশালা মণ্ডলৰ বিষয়-ববীয়া সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

BJP Assam Pradesh
Himanta Biswa Sarma
Ranjeet Kumar Dass
Dilip Saikia

সাংগঠনিক নিযুক্তিঃদলীয় অনুমোদন মর্মে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা কালঝাৰ মণ্ডলৰ নিম্নলিখিত বিষয়-ববীয়া সকলক নি...
17/11/2025

সাংগঠনিক নিযুক্তিঃ

দলীয় অনুমোদন মর্মে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা কালঝাৰ মণ্ডলৰ নিম্নলিখিত বিষয়-ববীয়া সকলক নিযুক্তি প্ৰদান কৰে।

নৱনিযুক্ত ভাৰতীয় জনতা পাৰ্টি, সংখ্যালঘু মৰ্চাৰ কালঝাৰ মণ্ডলৰ বিষয়-ববীয়া সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

BJP Assam Pradesh
Himanta Biswa Sarma
Ranjeet Kumar Dass
Dilip Saikia

সাংগঠনিক নিযুক্তিঃদলীয় অনুমোদন মর্মে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা  পাকা মণ্ডলৰ নিম্নলিখিত বিষয়-ববীয়া সকলক নিয...
17/11/2025

সাংগঠনিক নিযুক্তিঃ

দলীয় অনুমোদন মর্মে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা পাকা মণ্ডলৰ নিম্নলিখিত বিষয়-ববীয়া সকলক নিযুক্তি প্ৰদান কৰে।

নৱনিযুক্ত ভাৰতীয় জনতা পাৰ্টি, সংখ্যালঘু মৰ্চাৰ পাকা মণ্ডলৰ বিষয়-ববীয়া সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

BJP Assam Pradesh
Himanta Biswa Sarma
Ranjeet Kumar Dass
Dilip Saikia

সাংগঠনিক নিযুক্তিঃদলীয় অনুমোদন মর্মে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা  উত্তৰ বজালী মণ্ডলৰ নিম্নলিখিত বিষয়-ববীয়া স...
17/11/2025

সাংগঠনিক নিযুক্তিঃ

দলীয় অনুমোদন মর্মে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা উত্তৰ বজালী মণ্ডলৰ নিম্নলিখিত বিষয়-ববীয়া সকলক নিযুক্তি প্ৰদান কৰে।

নৱনিযুক্ত ভাৰতীয় জনতা পাৰ্টি, সংখ্যালঘু মৰ্চাৰ উত্তৰ বজালী মণ্ডলৰ বিষয়-ববীয়া সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

BJP Assam Pradesh
Himanta Biswa Sarma
Ranjeet Kumar Dass
Dilip Saikia

সাংগঠনিক নিযুক্তিঃদলীয় অনুমোদন মর্মে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা  ভৱানীপুৰ মণ্ডলৰ নিম্নলিখিত বিষয়-ববীয়া সকলক...
16/11/2025

সাংগঠনিক নিযুক্তিঃ

দলীয় অনুমোদন মর্মে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা ভৱানীপুৰ মণ্ডলৰ নিম্নলিখিত বিষয়-ববীয়া সকলক নিযুক্তি প্ৰদান কৰে।

নৱনিযুক্ত ভাৰতীয় জনতা পাৰ্টি, সংখ্যালঘু মৰ্চাৰ ভৱানীপুৰ মণ্ডলৰ বিষয়-ববীয়া সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

BJP Assam Pradesh
Himanta Biswa Sarma
Ranjeet Kumar Dass
Dilip Saikia

সাংগঠনিক নিযুক্তিঃদলীয় অনুমোদন মর্মে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা  পাটাছাৰকুছি মণ্ডলৰ নিম্নলিখিত বিষয়-ববীয়া স...
16/11/2025

সাংগঠনিক নিযুক্তিঃ

দলীয় অনুমোদন মর্মে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা পাটাছাৰকুছি মণ্ডলৰ নিম্নলিখিত বিষয়-ববীয়া সকলক নিযুক্তি প্ৰদান কৰে।

নৱনিযুক্ত ভাৰতীয় জনতা পাৰ্টি, সংখ্যালঘু মৰ্চাৰ পাটাছাৰকুছি মণ্ডলৰ বিষয়-ববীয়া সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

BJP Assam Pradesh
Himanta Biswa Sarma
Ranjeet Kumar Dass
Dilip Saikia

Address

Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when Bajali District Minority Morcha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share