Rangapara Anchalik - AAGSU

Rangapara Anchalik - AAGSU All Assam Gorkha Student's union

আজি ‍ AAGSU  আৰু ATTSA লগ লাগি ৰঙাপাৰা ১নং নাহৰণি গ্ৰাণ্টৰ নিম্ন প্ৰাথমিক বিদ্যালয়  বাবে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক  ...
05/08/2026

আজি ‍ AAGSU আৰু ATTSA লগ লাগি ৰঙাপাৰা ১নং নাহৰণি গ্ৰাণ্টৰ নিম্ন প্ৰাথমিক বিদ্যালয় বাবে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক এখন স্মাৰক-পত্ৰ দিয়া হয়।

आदिकवि भानुभक्त आचार्यको २१३ औं जन्मजयन्तीको अवसरमा हार्दिक श्रद्धाञ्जली l
13/07/2026

आदिकवि भानुभक्त आचार्यको २१३ औं जन्मजयन्तीको अवसरमा हार्दिक श्रद्धाञ्जली l

20/06/2026
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ৰঙাপৰা আঞ্চলিকৰ তৰফৰ পৰা যোৱা 31 মে তাৰিখে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ দ্...
07/06/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ৰঙাপৰা আঞ্চলিকৰ তৰফৰ পৰা যোৱা 31 মে তাৰিখে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনত আগন্তক কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা সভাপতি শ্ৰীযুত ৰবি লিম্বু ডাঙৰীয়া অশেষ অভিনন্দন জ্ঞাপন কৰিছো। লগতে আশা কৰিছো আগন্তক দিনবোৰতো তেওঁ যাতে নিষ্টাৰে কাম কৰি যায় ।

मणि कुमार सुब्बाज्युको ७औं पुण्यतिथिमा गहिरो श्रद्धांजलि अर्पण गर्दछु। 🪔
27/05/2026

मणि कुमार सुब्बाज्युको ७औं पुण्यतिथिमा गहिरो श्रद्धांजलि अर्पण गर्दछु। 🪔

২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমুহ ছাত্র-ছাত্র...
09/02/2026

২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমুহ ছাত্র-ছাত্রীসকললৈ অলেখ শুভেচ্ছা আৰু আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।

বাথৌ পূজা
27/01/2026

বাথৌ পূজা

77th republic day
26/01/2026

77th republic day

Address

Rangapara
784505

Website

Alerts

Be the first to know and let us send you an email when Rangapara Anchalik - AAGSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category