SFI, Kamrup district

SFI, Kamrup district Independence, Democracy, socialism

আজি ৰঙিয়াৰ ধুহিত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) কামৰূপ জিলা কমিটীৰ আহ্বানত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।
23/08/2026

আজি ৰঙিয়াৰ ধুহিত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) কামৰূপ জিলা কমিটীৰ আহ্বানত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

"মই বিচাৰিছো হেজাৰ ওঠত তীখা তীক্ষ্ণ ভাষা,শীতৰ শেষত ফাগুন অহাৰ যিহে আনিব আশা"৭০ শতাংশ উপস্থিতি আৰু বেক থকাৰ পিছতো বিনামূল...
17/08/2026

"মই বিচাৰিছো হেজাৰ ওঠত তীখা তীক্ষ্ণ ভাষা,শীতৰ শেষত ফাগুন অহাৰ যিহে আনিব আশা"

৭০ শতাংশ উপস্থিতি আৰু বেক থকাৰ পিছতো বিনামূলীয়া নামভৰ্তি বাহাল ৰখাৰ দাৱীত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) অসম ৰাজ্যিক কমিটীৰ উদ্যোগত কাহিলীপাৰা স্থিত DHE ঘেৰাও অভিযান

কামৰূপ জিলাৰ বৰম্বৈত হাজো-দমদমা আঞ্চলিক কমিটিৰ তৰফৰ পৰা এটি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।
16/08/2026

কামৰূপ জিলাৰ বৰম্বৈত হাজো-দমদমা আঞ্চলিক কমিটিৰ তৰফৰ পৰা এটি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI)আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন(DYFI) বৰডেকপাৰ শাখা কমিটীৰ উদ্যোগত আৰু কামৰূপ জিলা কমিটীৰ স...
15/08/2026

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI)আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন(DYFI) বৰডেকপাৰ শাখা কমিটীৰ উদ্যোগত আৰু কামৰূপ জিলা কমিটীৰ সহযোগত স্বাধীনতা দিৱস উপলক্ষে এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) কামৰূপ জিলা কমিটীৰ তৰফৰ পৰা সমূহ ভাৰতবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
15/08/2026

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) কামৰূপ জিলা কমিটীৰ তৰফৰ পৰা সমূহ ভাৰতবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আজি সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ ৰঙিয়া আৰু আমিনগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, শ্ৰমিকক সামাজিক সুৰক্ষা প্...
11/08/2026

আজি সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ ৰঙিয়া আৰু আমিনগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, শ্ৰমিকক সামাজিক সুৰক্ষা প্ৰদান, বহু বিতৰ্কিত শ্ৰমিক কোড প্ৰত্যাহাৰ, বানাক্ৰান্তক উপযুক্ত সাহায্য প্ৰদান,ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰা, নিবনুৱা সমস্যা সমাধান, কৃষকৰ উৎপাদিত ফচলৰ উচিত মূল্য দিয়া,মাটিৰ পট্টা প্ৰদান কৰা,অসংগঠিত শ্ৰমিকৰ নিম্নতম মজুৰি নিৰ্ধাৰণ কৰা আদিৰ দাবীত ৰঙিয়া চহৰত আৰু আমিনগাঁৱত CITU,কৃষক সভা, কৃষি শ্ৰমিক ইউনিয়ন, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, ভাৰতৰ ছাত্ৰ ফেডাৰেচন, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ আদি সংগঠনৰ আহ্বানত বিশাল জেল ভৰো আন্দোলন গঢ়ি তোলা হয়।

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) কামৰূপ জিলা কমিটীৰ উদ্যোগত ৰঙিয়া আৰু হাজাৰ বিভিন্ন অঞ্চলত গ্ৰুপ সভা অনুষ্ঠিত কৰা হয়।
03/08/2026

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) কামৰূপ জিলা কমিটীৰ উদ্যোগত ৰঙিয়া আৰু হাজাৰ বিভিন্ন অঞ্চলত গ্ৰুপ সভা অনুষ্ঠিত কৰা হয়।

আজি ৰঙিয়াৰ তুলসীবাৰীত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) কামৰূপ জিলা কমিটী আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন(DYFI)ৰ যৌথ উদ্যোগ...
31/07/2026

আজি ৰঙিয়াৰ তুলসীবাৰীত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) কামৰূপ জিলা কমিটী আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন(DYFI)ৰ যৌথ উদ্যোগত বাণ সাহায্য সংগ্ৰহ কৰা হয়।মুঠ ৫০২৪ টকা সংগ্ৰহ কৰা হয়।

আজি ৰঙিয়াত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI)ৰ কামৰূপ জিলা কমিটীৰ উদ্যোগত আৰু DYFI জিলা কমিটীৰ সহযোগত বাণ সাহায্য সংগ্ৰহ কৰা হয...
26/07/2026

আজি ৰঙিয়াত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI)ৰ কামৰূপ জিলা কমিটীৰ উদ্যোগত আৰু DYFI জিলা কমিটীৰ সহযোগত বাণ সাহায্য সংগ্ৰহ কৰা হয়। মুঠ‌ ৪৫০০ টকা সংগ্ৰহ কৰা হয়।

26/07/2026

Address

Rangiya
Rangia

Website

Alerts

Be the first to know and let us send you an email when SFI, Kamrup district posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share