28/08/2026
ৰঙিয়া নগৰৰ ৫নং ৱাৰ্ডৰ বিষ্ণু মন্দিৰৰ পৰা কল্পনা কাকতি নামৰ এগৰাকী মানসিকভাবে অসুস্থ মহিলাক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে মানসিক চিকিৎসালয়ত ভর্তি কৰা হ'ল লগতে চাৰিমাহ পুৰ্বে থোৱা বিকাশ বৰ্মণক চমজি লোৱা হয় 💇♀️👤🚑🛏️🩸💊💉