JituKalita

JituKalita President BJYM North Kamrup District

ভাৰতীয় জনতা যুব মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী জীৰ জন্মজয়ন্তী উপলক্ষে ৰীল নিৰ্মাণ আৰু প...
14/12/2025

ভাৰতীয় জনতা যুব মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী জীৰ জন্মজয়ন্তী উপলক্ষে ৰীল নিৰ্মাণ আৰু প্ৰবন্ধ লেখন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

🔹 ৰীল নিৰ্মাণ প্ৰতিযোগিতা
বিষয়: শ্ৰী অটল বিহাৰী বাজপেয়ী জীৰ দ্বাৰা ৰচিত যিকোনো কবিতা আবৃত্তি

🔹 প্ৰবন্ধ লেখন প্ৰতিযোগিতা
বিষয়: উত্তৰ-পূৱ ভাৰতত শান্তি, উন্নয়ন আৰু সংযোগৰ ক্ষেত্ৰত অটল জীৰ অৱদান

সকলো যুব-যুৱতীক এই প্ৰতিযোগিতাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

📅 প্ৰৱেশ জমা দিয়াৰ তাৰিখ: ১৫ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ
📧 প্ৰবেশ পঠিয়াবলগীয়া ই-মেইল: [email protected]

“ATAL VICHAR – YUVA BHARAT”

The Bharatiya Janata Yuva Morcha, Assam Pradesh is organising a reel-making and article-writing competition on the occasion of the birth anniversary of Bharat Ratna Shri Atal Bihari Vajpayee Ji.

🔹Reel-Making Competition -

Theme: Recitation of poems written by Atal Bihari Vajpayee Ji

🔹Article-Writing Competition -

Theme: Atal Ji’s Legacy of Peace, Progress, and Connectivity in the North East

Submission Dates- 15 December to 25 December
Send entries to our mail account - [email protected]

BJYM Assam
BJYM North Kamrup District

Address

Rangia

Website

Alerts

Be the first to know and let us send you an email when JituKalita posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share