BJYM Sapekhati

BJYM Sapekhati Official Page

06/03/2024
14/12/2023

দেশৰ এগৰাকী আগশাৰীৰ সাঁতোৰবিদ তথা অসমৰ সুসন্তান এলভিছ আলী হাজৰিকাই শেহতীয়াকৈ এলিফেণ্টা আইলেণ্ড জেটিৰ পৰা মুম্বাইৰ গে'টৱে অৱ ইণ্ডিয়ালৈ একক সাঁতোৰ অভিযান সফলতাৰে সম্পূৰ্ণ কৰাৰ বাতৰি পাই অতিকৈ আনন্দিত হৈছোঁ। হাজৰিকালৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু ইয়াৰ লগতে আগন্তুক দিনৰ বাবে অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ 💐

মা কামাখ্যা আৰু মা বগলামুখীৰ পৰম ভক্ত এলভিছ আলী হাজৰিকাই এইদৰেই ন ন অভিলেখ সৃষ্টিৰে আই অসমীৰ নাম জিলিকাই তোলক, তাকেই কামনা কৰিছোঁ।

12/12/2023

আজি সংখ্যাৰ দৈনিক জনমভূমি কাকতত প্ৰকাশিত বাতৰি।

আজি  সাপেখাটি মণ্ডল যুৱ মৰ্চাৰ সভাপতি মাননীয় Nipon Gogoi ডাঙৰীয়া আৰু সতীৰ্থ সকলৰ  হৈতে  ংপতীয়া_গাওঁ_পঞ্চায়তৰ ৭৭ নং বুথৰ...
11/12/2023

আজি সাপেখাটি মণ্ডল যুৱ মৰ্চাৰ সভাপতি মাননীয় Nipon Gogoi ডাঙৰীয়া আৰু সতীৰ্থ সকলৰ হৈতে ংপতীয়া_গাওঁ_পঞ্চায়তৰ ৭৭ নং বুথৰ # ং_হাওঁফাওঁ_গাওঁ নিবাসী যুৱ মৰ্চাৰ সতীৰ্থ ্ৰী_দেৱজিৎ_গগৈ পিতৃ বিয়োগৰ খবৰ পাই তেওৰ বাস গৃহত উপস্থিত হৈ পৰিয়াল বৰ্গক সমবেদনা জনোৱাৰ লগতে বিদেহি আত্মাৰ সদ্গতি কামনা কৰে ।

11/12/2023

ডo শ্যামা প্ৰসাদ মুখাৰ্জী দেৱৰ আত্মাই আজি শান্তি পাইছে।
কাশ্মীৰত আজি এখন সংবিধান, এখন পতাকা বৈধ হল।

11/12/2023
 াংস্কৃতিক_মহাসংগ্ৰাম.....আজি ১১/১২/২০২৩ তাৰিখ  #সোণাৰি_বিধানসভা_সমষ্টি  BJP Assam Pradesh BJYM Assam Lakshmi Nath Tasa ...
11/12/2023

াংস্কৃতিক_মহাসংগ্ৰাম.....আজি ১১/১২/২০২৩ তাৰিখ
#সোণাৰি_বিধানসভা_সমষ্টি
BJP Assam Pradesh
BJYM Assam
Lakshmi Nath Tasa
Topon Kumar Gogoi
Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ
Jogen Mohan

আজি শ্বহীদ দিৱস ।অসমীয়া জাতিক জীয়াই ৰখাৰ স্বাৰ্থত ছবছৰীয়া অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰদেৱলৈ তেখেতৰ...
10/12/2023

আজি শ্বহীদ দিৱস ।
অসমীয়া জাতিক জীয়াই ৰখাৰ স্বাৰ্থত ছবছৰীয়া অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰদেৱলৈ তেখেতৰ মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।
অসম আন্দোলনৰ ৮৫৫ গৰাকী মহান বীৰ শ্বহীদলৈ আজিৰ এই 'শ্বহীদ দিৱস'ৰ দিনটোত াপেখাটী_মণ্ড_যুৱ_মৰ্চাৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।🙏🙏🙏

09/12/2023

আজি ভাৰতীয় জনতা পাৰ্টী, চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ঝাৰখণ্ডৰ এজন কংগ্ৰেছ দলৰ সাংসদৰ ঘৰত আয়কৰ বিভাগে চলোৱা এক অভিযানত ৩০০ কোটি টকা উদ্ধাৰ কৰা হোৱা কাণ্ডৰ লগতে কংগ্ৰেছ দল আৰু INDIA জোটবন্ধনৰ দূৰ্ণীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সমদল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে সোনাৰী সমষ্টিৰ বিধায়ক মাননীয় Dharmeswar konwar ডাঙৰীয়া আৰু জিলা বিজেপিৰ সভাপতি মাননীয় Lakshmi Nath Tasa ডাঙৰীয়া লগতে চৰাইদেউ জিলা যুৱ মৰ্চাৰ সভাপতি মাননীয় Rupom Gogoi ডাঙৰীয়া লগতে জিলা আৰু মণ্ডলৰ দলীয় কাৰ্যকর্তা সকল অংশগ্ৰহণ কৰে।

আজি  সাপেখাটী মণ্ডল  যুৱ মৰ্চাৰ  সভাপতি Nipon Gogoi    ডাঙৰীয়াই যুৱ মৰ্চাৰ বিষয়ববীয়া  সকলৰ হৈতে আগন্তুক পৰিকল্পনাক লৈ...
09/12/2023

আজি সাপেখাটী মণ্ডল যুৱ মৰ্চাৰ সভাপতি Nipon Gogoi ডাঙৰীয়াই যুৱ মৰ্চাৰ বিষয়ববীয়া সকলৰ হৈতে আগন্তুক পৰিকল্পনাক লৈ কিছু আলোচনাত মিলিত হয়।
উক্ত অনুস্থানত আমাৰ সৈতে উপস্থিত থাকে চৰাইদেউ জিলাৰ জিলা পৰিষদৰ vice Chairman ডাঙৰীয়া , ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম ৰাজ্যিক সংবাদ মাধ্যমৰ সহ আহ্বায়ক মাননীয় ডাঙৰীয়া , সাপেখাটী মণ্ডল বিজেপিৰ সম্পাদক ডাঙৰীয়া লগতে সাপেখাটী মণ্ডলৰ যুৱ মৰ্চাৰ সতীৰ্থ কাৰ্যকর্তা সকল ।

Address

Sapekhati

Telephone

+916000914940

Website

Alerts

Be the first to know and let us send you an email when BJYM Sapekhati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM Sapekhati:

Share