07/05/2025
Kind Attention to all valued Consumers of Demow Electrical Sub-division, APDCL
Power supply will be fed from 2X5 MVA, 33/11 KV PALENGI DSS situated near Rajmai Tea Factory w.e.f. 12:00 hrs Dated: 07/05/2025 to areas as under:
- NH Left hand Side towards Sivasagar from Maskara GOAB to Gojali, Rajmai to Swargadeo SUKAPHA Hospital nearby area up to Desang River...associated nearby areas.
- NH Right Hand Side towards Sivasagar from Loguabari Laxmi Mandir DTR to Rajmai to Thowra Doll up to Desang River... associated nearby areas.
- Including Loguabari, Kachari Pathar, Palengi, Dhundarmukh, Araltoli Kesuoni, Da Dhara and nearby areas.
Please note that Contact No of Palengi Control room: 70990 19079 will be operational for 24X7 Support for power related issues and information for the above mentioned areas.
ডিমৌ বৈদ্যুতিক উপ-সংমণ্ডল, এপিডিচিএলৰ শ্ৰদ্ধাৰ গ্ৰাহকসকলৰ প্ৰতি..
অহা ইংৰাজী ০৭/০৫/২০২৫ তাৰিখ বুধবাৰৰ প্ৰায় ১২:০০ বজাৰ পৰা নিম্নলিখিত অঞ্চলসমূহলৈ
ৰাজমাই চাহ কাৰখানাৰ ওচৰত অৱস্থিত ২X৫ এমভিএ, ৩৩/১১ কেভি পালেংগী ডি এছ এছৰ পৰা বিদ্যুৎ যোগান ধৰা হ’ব
° ৰাষ্ট্ৰীয় ঘাইপথৰ বাওঁদিশে (NH Left Hand Side) শিৱসাগৰ অভিমুখে মস্কৰা GOAB ৰ পৰা গজালী, ৰাজমাইৰ পৰা স্বৰ্গদেউ চুকাফা হাস্পতালৰ ওচৰৰ অঞ্চল হৈ দিছাং নদীলৈকে...সংলগ্ন ওচৰৰ অঞ্চল।
- শিৱসাগৰৰ দিশে ৰাষ্ট্ৰীয় ঘাইপথৰ সোদিশে (NH Right Hand Side) লগুৱাবাৰী লক্ষ্মী মন্দিৰ ট্ৰেন্সফৰ্মাৰৰ পৰা ৰাজমাই হৈ থাওৰা দৌল হৈ দিছাং নদীলৈকে...সংলগ্ন ওচৰৰ অঞ্চল।
- লগুৱাবাৰী, কছাৰী পথাৰ, পালেঙী, ধোন্দৰমুখ, এৰালতলি কেছুৱনি, দা ধৰা আৰু ওচৰৰ অঞ্চলসমূহ।
- অনুগ্ৰহ কৰি মন কৰিব যে PALENGI নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ নং: 70990 19079 ওপৰত উল্লেখ কৰা অঞ্চলসমূহৰ বিদ্যুৎ সেৱা সম্পৰ্কীয় তথ্যৰ বাবে 24X7 কাৰ্যক্ষম হ'ব ।
ডিমৌ বৈদ্যুতিক উপসংমণ্ডল, এপিডিচিএল, ডিমৌ।