11/01/2025
নৱবৰ্ষৰ আৰম্ভণিতে শিৱসাগৰ সমষ্টিৰ শিক্ষাখণ্ডলৈ ভাল খবৰ। শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত বিধায়ক অখিল গগৈয়ে বানপানীৰ সময়ত পৰিভ্ৰমণ কৰোতে বিদ্যালয়খনৰ আন্তঃগাঁঠনি অতি শোচনীয় দেখিছিলে আৰু বিদ্যালয় কৰ্তৃপক্ষই অখিল গগৈক কেইবাবাৰো বিদ্যালয়খনৰ আন্তঃগাঁঠনি উন্নয়নৰ ক্ষেত্ৰত অনুৰোধ জনাইছিলে, সেই অনুৰোধ অনুসৰি বিধায়ক অখিল গগৈয়ে চৰকাৰী বিভাগক অৱগত কৰে। আজি কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় এই দুয়োখন বিদ্যালয়লৈ ৭ কোটি ২১ লাখ টকা চৰকাৰী ধনৰাশি অনুমোদিত কৰি আনিলে। ইয়াৰ পূৰ্বেও শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয় (Govt.), বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এই তিনিখন বিদ্যালয়লৈ সমুদায় ধনৰাশি আৱন্টিত হৈছে। মুঠৰ ওপৰত শিৱসাগৰ সমষ্টিৰ এই পাঁচোখন বিদ্যালয় তথা শিক্ষাখণ্ডৰ বাবে এক আশানুৰূপ খবৰ।
কিছু লোকে অখিল গগৈয়ে শিৱসাগৰত একো কাম নকৰি লোকৰ সমষ্টিত ঘূৰি ফুৰিছে বুলি সমালোচনা কৰা দেখি আহিছো । সেয়ে সকলোৱে মনোযোগ দি পঢ়ি লওক । চৰকাৰী বিদ্যালয় বন্ধ কৰি নহয়, শিক্ষাৰ উন্নত মানদণ্ডৰে উজ্বলাই তোলক. নৱবৰ্ষৰ আৰম্ভণিতে শিৱসাগৰ সমষ্টিৰ শিক্ষাখণ্ডলৈ ভাল খবৰ। শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত বিধায়ক অখিল গগৈয়ে বানপানীৰ সময়ত পৰিভ্ৰমণ কৰোতে বিদ্যালয়খনৰ আন্তঃগাঁঠনি অতি শোচনীয় দেখিছিলে আৰু বিদ্যালয় কৰ্তৃপক্ষই অখিল গগৈক কেইবাবাৰো বিদ্যালয়খনৰ আন্তঃগাঁঠনি উন্নয়নৰ ক্ষেত্ৰত অনুৰোধ জনাইছিলে, সেই অনুৰোধ অনুসৰি বিধায়ক অখিল গগৈয়ে চৰকাৰী বিভাগক অৱগত কৰে। আজি কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় এই দুয়োখন বিদ্যালয়লৈ ৭ কোটি ২১ লাখ টকা চৰকাৰী ধনৰাশি অনুমোদিত কৰি আনিলে। ইয়াৰ পূৰ্বেও শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয় (Govt.), বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এই তিনিখন বিদ্যালয়লৈ সমুদায় ধনৰাশি আৱন্টিত হৈছে। মুঠৰ ওপৰত শিৱসাগৰ সমষ্টিৰ এই পাঁচোখন বিদ্যালয় তথা শিক্ষাখণ্ডৰ বাবে এক আশানুৰূপ খবৰ।
কিছু লোকে অখিল গগৈয়ে শিৱসাগৰত একো কাম নকৰি লোকৰ সমষ্টিত ঘূৰি ফুৰিছে বুলি সমালোচনা কৰা দেখি আহিছো । সেয়ে সকলোৱে মনোযোগ দি পঢ়ি লওক । চৰকাৰী বিদ্যালয় বন্ধ কৰি নহয়, শিক্ষাৰ উন্নত মানদণ্ডৰে উজ্বলাই তোলক. ✍️ Archana Gogoi