Byatikram Foundation

Byatikram Foundation ব্যতিক্ৰমী চিন্তা-চেতনাৰ এক সামাজিক অনুষ্ঠান।।

ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু এচ ডি এচ এডুকেশ্বন, কোঁৱৰপুৰৰ সহযোগত বিষ্ণু প্ৰসাদ ৰাভা দিৱস পালন।।২০ জুন, ২০২৫হাড়মত...
22/06/2025

ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু এচ ডি এচ এডুকেশ্বন, কোঁৱৰপুৰৰ সহযোগত বিষ্ণু প্ৰসাদ ৰাভা দিৱস পালন।।

২০ জুন, ২০২৫
হাড়মতি গড়, কোঁৱৰপুৰ

"ব্যতিক্ৰম"ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে এন.ডি.আৰ.এফৰ এ.এছ.আই মনেশ্বৰ দেউৰী ডাঙৰ...
05/06/2025

"ব্যতিক্ৰম"ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে এন.ডি.আৰ.এফৰ এ.এছ.আই মনেশ্বৰ দেউৰী ডাঙৰীয়া।।

০৫-জুন-২০২৫
হাড়মতী গড়, শিৱসাগৰ

কালিলৈ বিশ্ব পৰিৱেশ দিৱস!আজি ইংৰাজী ৪ জুন, ২০২৫ তাৰিখে হাড়মতী গড় চাৰিআলি পৰা শংকৰদেৱ শিশু নিকেতনলৈকে ব্যতিক্ৰমৰ সদস্য ...
04/06/2025

কালিলৈ বিশ্ব পৰিৱেশ দিৱস!
আজি ইংৰাজী ৪ জুন, ২০২৫ তাৰিখে হাড়মতী গড় চাৰিআলি পৰা শংকৰদেৱ শিশু নিকেতনলৈকে ব্যতিক্ৰমৰ সদস্য সকলে এক স্বচ্ছতাৰ অভিযান হাতত লও।। আমাৰ এই অভিযানত সহযোগিতা আগবঢ়োৱা প্ৰতি গৰাকীলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।।

Byatikram Foundation 🌿🌱

কথাৰে নহয় ব্যতিক্ৰমী কামেৰে আমি পৰিচয় দিব খোজো।। আগন্তুক বিশ্ব পৰিৱেশ দিৱসটি পালনৰ উদ্দেশ্য আগত ৰাখি আজি কিছু কিছু ঠাই...
01/06/2025

কথাৰে নহয় ব্যতিক্ৰমী কামেৰে আমি পৰিচয় দিব খোজো।। আগন্তুক বিশ্ব পৰিৱেশ দিৱসটি পালনৰ উদ্দেশ্য আগত ৰাখি আজি কিছু কিছু ঠাইৰ পৰিস্কাৰ কৰিবলৈ চেষ্টা কৰিলোঁ।।

আমি বিচাৰোঁ, সমাজপ্ৰিয় আপুনিও আমাৰ সৈতে সহযোগিতা কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব।।

Byatikram Foundation 🌱🌿

Address

Sibsagar
785667

Website

Alerts

Be the first to know and let us send you an email when Byatikram Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category