Hafaluting GP.

Hafaluting GP. Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hafaluting GP., Public & Government Service, hafaluting, Sibsagar.

প্ৰতিজন স্বাধীনতা সংগ্ৰামৰ শ্বহীদক স্মৰণ কৰি , প্ৰতিজন ভাৰতীয়ক ৮০ তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ ৷
15/08/2026

প্ৰতিজন স্বাধীনতা সংগ্ৰামৰ শ্বহীদক স্মৰণ কৰি , প্ৰতিজন ভাৰতীয়ক ৮০ তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ ৷

এক পে'ৰ মা কে নাম...💚 🌳আজি পৰিৱেশ দিৱসৰ প্ৰাক ক্ষণত "মা"ৰ নামত ৰাধাচূড়া আৰু কৃষ্ণচূড়াৰ পুলি ৰোপন কৰোঁ ❤️Himanta Biswa ...
04/06/2026

এক পে'ৰ মা কে নাম...💚 🌳
আজি পৰিৱেশ দিৱসৰ প্ৰাক ক্ষণত "মা"ৰ নামত ৰাধাচূড়া আৰু কৃষ্ণচূড়াৰ পুলি ৰোপন কৰোঁ ❤️

Himanta Biswa Sarma

Ministry of Panchayati Raj, Government of India
DC Sivasagar
Hafaluting GP

বিশ্ব পৰিৱেশ দিৱসৰ "স্বচ্ছ গাঁও সুৰক্ষিত জলবায়ু" অভিযানৰ অংশ হিচাপে আজি ২ জুন তাৰিখে হাফলুটিং গাওঁ পঞ্চায়ত এলেকাত জাবৰ...
02/06/2026

বিশ্ব পৰিৱেশ দিৱসৰ "স্বচ্ছ গাঁও সুৰক্ষিত জলবায়ু" অভিযানৰ অংশ হিচাপে আজি ২ জুন তাৰিখে হাফলুটিং গাওঁ পঞ্চায়ত এলেকাত জাবৰ নিষ্কাশনৰ বাবে থকা Material Collection Facility সমূহ পৰিদৰ্শন কৰা হয় আৰু ইঁহতৰ কাৰ্যক্ষমতা উন্নত কৰিবলৈ নিৰ্দিষ্ট ব্যবস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত কৰা হয়।

Address

Hafaluting
Sibsagar
785661

Website

Alerts

Be the first to know and let us send you an email when Hafaluting GP. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share