Swapnanil Chetia

Swapnanil Chetia This page is for my creation to society.

Memories of my School Life.Brahmaputra Valley School. Sivasagar(Assam)
09/06/2023

Memories of my School Life.
Brahmaputra Valley School. Sivasagar(Assam)

দেউতাৰ লগত বেতবাৰী গ্ৰন্থমেলালৈ গৈছিলো :-******************************************             ( স্বপ্ননীল চেতিয়া )    ...
21/04/2023

দেউতাৰ লগত বেতবাৰী গ্ৰন্থমেলালৈ গৈছিলো :-
******************************************
( স্বপ্ননীল চেতিয়া )

যোৱাকালি আছিল শুকুৰবাৰ । বহু আগ্ৰহেৰে বাট চাই আছিলো গ্ৰন্থমেলালৈ যাবলৈ । এনেতে হথাৎ খৰখেদাকৈ দেউতা অফিচৰ পৰা আহি ঘৰ সোমালহি । তেতিয়া সন্ধিয়া ৮:০০ বাজিছিল । ঘৰ সোমায়েই দেউতাই মোক লৰালৰিকৈ ওলাবলৈ কৈছিল । মইও গ্ৰন্থমেলালৈ যোৱাৰ আনন্দত লৰালৰিকৈ ওলালো । কিছুসময়ৰ পিছত আমি গ্ৰন্থমেলা পালোগৈ । গ্ৰন্থমেলাখন আমাৰ ব্ৰহ্মপুত্ৰ ভেলী স্কুলৰ খেলপথাৰতে পাতিছিল । গ্ৰন্থমেলাৰ চাৰিওফালৰ পৰিৱেশ অতি মনোৰম আছিল । দেউতাই বহুকেইখন কিতাপ মোক কিনি দিছিল । মনটো আনন্দৰে ভৰি পৰিছিল ।
গ্ৰন্থমেলাৰ প্ৰাচীৰ প্ৰত্ৰিকাখন বৰ সুন্দৰকৈ বনাইছিল । নাম আছিল জনস্ৰোত । বহুকেইটা কবিতা আৰু উক্তিয়ে প্ৰাচীৰ প্ৰত্ৰিকাখনত স্থান লাভ কৰিছিল ।
গ্ৰন্থমেলাৰ ওচৰতে থকা হোটেলত দেউতা আৰু মই ঘুগুনি আৰু কণী খাইছিলো । তাৰ পিছত মঞ্চত চলি থকা ভূপেন্দ্ৰ সংগীতৰ নৃত্য প্ৰতিযোগিতা চাইছিলো । প্ৰতিযোগীসকলে বৰ সুন্দৰকৈ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল । দেউতাৰ নিৰ্দেশ মতে মই কেইবাটিও নৃত্য দেউতাৰ মোবাইলত ৰেৰ্কডিং কৰিছিলো ।
সময় তেতিয়া ৰাতি ১১-০০ বাজিছিল । আমিও গ্ৰন্থমেলাৰ পৰি ঘৰমুখী হৈছিলো । বেতবাৰী গ্ৰন্থমেলাই আমালৈ কঢ়িয়াই আনিছিল আলোকৰ যাত্ৰা । বেতবাৰী গ্ৰন্থমেলা হওঁক চিৰযোগমীয়া । জয়তু বেতবাৰী ।

19/04/2023

Wlcm to my new page & plz follw...

Address

Sivasagar
785697

Website

Alerts

Be the first to know and let us send you an email when Swapnanil Chetia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share