03/09/2026
📚 শিক্ষা বিভাগৰ বৈঠক
চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
বৈঠকখনত সভাপতিত্ব কৰে চৰাইদেউ জিলাৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, IAS। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী সূৰুজ সোণোৱাল, ACS, সহকাৰী আয়ুক্ত শ্ৰীমতী উৰ্বশী চেতিয়া, ACS আৰু চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰী পলাশ কাকতি উপস্থিত থাকে।
বৈঠকত জিলাখনৰ শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক উন্নয়ন আৰু শৈক্ষিক ক্ষেত্ৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়।
Directorate of Information and Public Relations, Assam
MyGov Assam
Janasanyog Charaideo